অনিৰ্দিষ্টকাললৈ বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা। বহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে এই সিদ্ধান্ত।
Author: GTM Desk
অসম জাতীয় পৰিষদক (AJP) ‘ফটুৱা’ দল জুবিন গাৰ্গে (Zubeen Garg) কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দিলে AJPৰ নেতা দুলু আহমেদে (Dulu Ahmed)। এটা ফেচবুক পোষ্টযোগে দুলু আহমেদে জুবিন গাৰ্গৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে। জুবিন গাৰ্গৰ নিচিনা ৪২০ আৰু সুবিধাবাদী শিল্পী দেখা নাছিলো বুলি মন্তব্য কৰে দুলু আহমেদে। দুলু আহমেদে লিখিছে, ‘‘জুবিন গাৰ্গ
মহানগৰীৰ পাণ্ডুৰ ৱেষ্ট গুৱাহাটী কমাৰ্চ কলেজত উত্তপ্ত পৰিস্থিতি মহাবিদ্যালয়খনৰ চৌহদত ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ কিছু পলম হ’লেই মহাবিদ্যালয়ত প্ৰৱেশ কৰিব নিদিয়াৰ অভিযোগ ছাত্ৰ-ছাত্ৰীৰ মহাবিদ্যালয়ৰ ছাত্ৰী জিৰণি কোঠাত থকা CCTVক লৈও ক্ষোভ ছাত্ৰীৰ
“ষ্টেণ্ডাৰড মেপ” নামেৰে প্ৰকাশ কৰা এই মানচিত্ৰই এতিয়া দেশত সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ। শেহতীয়াকৈ চুবুৰীয়া ৰাষ্ট্ৰ চীনৰ প্ৰাকৃতিক সম্পদ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় মানচিত্ৰ সজাগতা অভিযানৰ প্ৰচাৰৰ অংশ হিচাপে প্ৰকাশ কৰিছে মানচিত্ৰখন। মানচিত্ৰখন প্ৰকাশৰ পাছতেই ভাৰতত বিশেষকৈ উত্তৰ-পূবত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। কিয়নো এই মানচিত্ৰখনত চীনৰ কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে সাঙুৰি লোৱা
মহাবাহু ব্ৰহ্মপুত্ৰৰ পানী দ্ৰুতগতিত বৃদ্ধি পোৱাত মহানগৰীৰ লাচিতঘাট সম্প্ৰতি পানীৰ তলত। বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ ফলত শেহতীয়াকৈ ব্যাহত হৈ পৰিছে গুৱাহাটী–উত্তৰ গুৱাহাটী সংযোগী দলঙৰ কাম। আনকি নিৰ্মাণস্থানত জলমগ্ন হৈ পৰাত পানীৰ মাজত আবদ্ধ হয় ছিংলা কনষ্ট্ৰাকচনৰ কেইবাখনো ট্ৰাক। আনহাতে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাত ইতিমধ্যে গুৱাহাটী–উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা নিৰ্দিষ্ট