ৰাজ্যত এতিয়াও অব্যাহত আছে বাৰ্মিজ চুপাৰিৰ ৰমৰমীয়া বেহা।বৃহস্পতিবাৰে মলামডিঙ ৰেলৱে ষ্টেচনত বহু লক্ষাধিক বাৰ্মিজ চুপাৰি জব্দ লামডিঙ আৰ পি এফৰ। CIB দল আৰু ৰেল আৰক্ষীৰ যৌথ অভিযানত চুপাৰিখিনি জব্দ কৰে। লামডিঙ আৰ পি এফৰ C I B বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া নন্দেশ্বৰ দাসৰ নেতৃত্বত চলিছিল এই অভিযান। লামডিঙ ৰেল আৰক্ষীয়ে আগৰতলা
Author: GTM Desk
গুৱাহাটী GRPৰ হাতত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা৷ ২৪ কেজি গাঞ্জাসহ দুই মহিলাক গ্ৰেপ্তাৰ GRPৰ৷ মহিলা দুগৰাকীৰ নাম ৰাণী দেৱী আৰু সংগীতা দেৱী৷ দুয়োগৰাকী মহিলাৰ ঘৰ বিহাৰৰ পাটনাত৷ ব্ৰহ্মপুত্ৰ মেইলযোগে গাঞ্জাখিনি বিহাৰলৈ নিয়াৰ চেষ্টা চলাইছিল মহিলা দুগৰাকীয়ে৷
🔴বহিঃ ৰাজ্যত পুনৰ অসমীয়া যুৱকক হত্যা🔴গোৱাত হত্যাৰ বলি জামুগুৰিহাটৰ ইন্দ্ৰ নাথ🔴কৰ্মসংস্থাপনৰ তাগিদাত গোৱাত আছিল ইন্দ্ৰ নাথ
🔷 পৰিৱেশ আৰু বন বিভাগৰ আনুষ্ঠানিক নিৰ্দেশনা জাৰি 🔷 প্লাষ্টিকমুক্ত কৰাৰ লক্ষ্যৰে লোৱা হৈছিল এই সিদ্ধান্ত 🔷 এই সিদ্ধান্তৰ পিছতেই সৃষ্টি হৈছিল ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া 🔷 ২ অক্টোবৰৰ পৰা দোকানে দোকানে চলিব অভিযান 🔷 ১০ টকীয়া পানী বটল বিক্ৰী কৰিলে পৰিব বিপদত
মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৰা মন্তব্য আৰু অপমানৰ বিষয়ে অমিত শ্বাহক অৱগত কৰিলে বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ৰাজেন গোঁহায়ে ৫ দিন দিল্লীত বাহৰ পতাৰ অন্তত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সাক্ষাত দিয়ে নগাঁৱৰ প্ৰাক্তন সাংসদগৰাকীক। শ্বাহক সাক্ষাতৰ পাছতেই নতুন দিল্লীত গোহাঁয়ে সাংবাদিকক কয় যে, অমিত শ্বাহে তেওঁৰ মনৰ কথা শুনিলে। দলটো শক্তিশালী কৰাৰ