Author: GTM Desk

সাহিত্য সভাৰ বাৰপূজীয়া অধিৱেশনৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে বৈঠক আদৰণি সমিতিৰ

সাহিত্য সভাৰ বাৰপূজীয়া অধিৱেশনৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে বৈঠক আদৰণি সমিতিৰ

নিউজ ব্যুৰ’,নগাঁও,২৪ আগষ্ট:– অসম সাহিত্য সভাৰ আগন্তুক একাদশ বিশেষ বাৰ্ষিক অধিৱেশন–২০২৪খনি অহা ১ ফ্ৰেব্ৰুৱাৰীৰ পৰা ৩ ফ্ৰেব্ৰুৱাৰীলৈ তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে নগাঁও-মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী বাৰপূজীয়াত অনুষ্ঠিত হ’ব । বাৰপূজীয়া শতদল শাখা সাহিত্য সভাৰ আমন্ত্ৰণমৰ্মে অনুষ্ঠিতব্য অধিৱেশনখনি সাফল্য মণ্ডিত কৰিবলৈ আদৰণি সমিতিয়ে ব্যাপক প্ৰস্তুতি চলাই থকাৰ মাজতে বৃহস্পতিবাৰে অধিৱেশনখনিৰ সন্দৰ্ভত আদৰণি সমিতিৰ

নগাঁও জিলাৰ মুক্তিযুঁজাৰুসকলৰ সবিশেষ তথ্য জমা দিবলৈ আহ্বান

নগাঁও জিলাৰ মুক্তিযুঁজাৰুসকলৰ সবিশেষ তথ্য জমা দিবলৈ আহ্বান

নিউজ ব্যুৰ’,নগাঁও,২৩ আগষ্ট:– নগাঁও জিলাৰ মুক্তিযুঁজাৰুসকলৰ পৰিয়ালসমূহক সবিশেষ তথ্য সমূহ জমা দিবলৈ নগাঁও জিলা মুক্তিযুঁজাৰু সন্মিলনে আহ্বান জনাইছে ৷ উল্লেখ্য যে ৰাজ্যচৰকাৰে দুশ কোটি টকা ব্যয় সাপেক্ষে যোৰহাট কাৰাগাৰত মুক্তিযুঁজাৰুসকলৰ এখন স্মাৰক উদ্যান নিৰ্মাণ কৰিবলৈ ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে ৷ উক্ত উদ্যানখনত সমগ্ৰ অসমৰ ১৯৪২ৰ শ্বহীদসকল আৰু মুক্তিযুঁজাৰুসকলৰ নাম খোদিত

আপোনাৰ দাঁতৰ ৰং হালধীয়া নেকি? পাকঘৰতে আছে দাঁত বগা কৰাৰ উপায়, অনুসৰণ কৰক এই টিপছ্

আপোনাৰ দাঁতৰ ৰং হালধীয়া নেকি? পাকঘৰতে আছে দাঁত বগা কৰাৰ উপায়, অনুসৰণ কৰক এই টিপছ্

এজন ব্যক্তিৰ হাঁহি তেওঁৰ ব্যক্তিত্বৰ প্ৰতীক আৰু হাঁহিলে বহুতো ৰোগৰ পৰা মুকলিকৈ সকাহ প্ৰদান কৰে। এই কথাটো সকলোৱে জানে তথাপিও তেওঁলোকে হাঁহিব নোৱাৰে, বহুলোকে কেৱল দাঁত (Tooth) হালধীয়া হোৱাৰ বাবে হাঁহিব নোৱাৰে। যদি আপুনিও এই সমস্যাত ভুগি আছে তেন্তে কিছুমান সহজ ঘৰুৱা প্ৰতিকাৰ আছে যি আপোনাক দাঁতৰ হালধীয়া আঁতৰ কৰাত

ভুলতেও ভুল নকৰিব এই ৫ বিধ খাদ্য ফ্ৰীজত (Fridge) ৰাখি; স্বাস্থ্যৰ ওপৰত পৰিব বেয়া প্ৰভাৱ

ভুলতেও ভুল নকৰিব এই ৫ বিধ খাদ্য ফ্ৰীজত (Fridge) ৰাখি; স্বাস্থ্যৰ ওপৰত পৰিব বেয়া প্ৰভাৱ

ফ্ৰিজ (Fridge) হৈছে পাকঘৰত থকা আটাইতকৈ অত্যাৱশ্যকীয় ইলেক্ট্ৰনিক সঁজুলিবোৰৰ ভিতৰত এটা। আজিৰ সময়ত ইয়াৰ অবিহনে কাম কৰাটো বহুত কঠিন। বিশেষকৈ গ্ৰীষ্মকালত খোৱা-পান কৰা সকলো সামগ্ৰী ফ্ৰীজত(Fridge) ৰখাৰ বাবেই সতেজ হৈ থাকে। বহুতো ফল, পাচলি বা খাদ্য সামগ্ৰী ৰেফ্ৰিজেৰেটৰত (Fridge) ৰাখি থ’লে কেইবাদিনলৈ সতেজ হৈ থাকে। কিন্তু আপুনি জানেনে যে কিছুমান

মুখৰ দুৰ্গন্ধৰ বাবে আপুনি কেতিয়াবা লাজত পৰিছে নেকি? আহক জানো ইয়াৰ কাৰণ আৰু আঁতৰোৱাৰ ঘৰুৱা প্ৰতিকাৰ

মুখৰ দুৰ্গন্ধৰ বাবে আপুনি কেতিয়াবা লাজত পৰিছে নেকি? আহক জানো ইয়াৰ কাৰণ আৰু আঁতৰোৱাৰ ঘৰুৱা প্ৰতিকাৰ

মুখৰ পৰা দুৰ্গন্ধ (Bad Breath Problem) অহাৰ ফলত কেইবাবাৰো আমি লাজত পৰিবলগীয়া হয়। এনে ক্ষেত্ৰত, মানুহে ৰাজহুৱা স্থানত কথা ক’বলৈ অনিচ্ছুক হয়। কিন্তু, এই দুৰ্গন্ধ এটা মেডিকেল কনডিচন (Medical Condition) হয় যাক হেলিটোচিছ (Halitosis) বুলি কোৱা হয়। কেতিয়াবা ইয়াৰ বাবে মানুহৰ আত্মবিশ্বাস কমি যায়। ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে দাঁত