দেউতা মোৰ কাম শেষ। তোমাক কথা দিছিলো আৰু মোৰ কথা ৰাখিলো।’ যিসময়ত চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰযান-৩ৰ ৰোভাৰ বিক্ৰমৰ সফল অৱতৰণক লৈ সমগ্ৰ দেশবাসীৰ লগতে অসমতো আনন্দৰ এক পৰিৱেশেে বিৰাজ কৰিছিল, দেশবাসী ইছৰোৰ বিজ্ঞানীসকলৰ সফলতাত গৌৰৱাম্বিত হৈ পৰিছিল সেই সময়তে ইছৰোৰ পৰা এগৰাকী বিজ্ঞানীয়ে ফোন কৰি জামুগুৰিহাটৰ পিতৃক এইদৰে কৈছিলি। অথচ
Author: GTM Desk
গুৱাহাটী নিবাসী অজয় দে’য়ে সঁচা অৰ্থত এক প্ৰশংসনীয় কৃতিত্ব অৰ্জন কৰিছে। এক দুঃসাহসিক অভিযান আৰম্ভ কৰি অজয়ে গুৱাহাটীৰ পৰা পদব্ৰজে যাত্ৰা কৰি ৯৯ দিনৰ অন্তত গন্তব্যস্থান পবিত্ৰ কেদাৰনাথত সফলতাৰে উপস্থিত হয়। উল্লেখযোগ্য যে, গোটেই যাত্ৰাটোত তেওঁ নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম – ইনষ্টাগ্ৰাম (@ajaydey20) আৰু ইউটিউবত খোজকাঢ়ি যোৱাৰ মনোমোহা ভিডিঅ’ শ্বেয়াৰ
সামাজিক মাধ্যমক ফটো বিকৃতকৰণক লৈ ক্ষোভ উজাৰিলে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাই (Deeplina Deka)। কিছুদিন পূৰ্বে দীপলিনাৰ ফটো সামাজিক মাধ্যমত বিকৃত ৰূপত উপস্থাপন কৰাৰ অভিযোগ কৰিছে কণ্ঠশিল্পীগৰাকীয়ে। আজি এক ফেচবুক লাইভযোগে দীপলিনাই সমগ্ৰ ঘটনা অৱগত কৰাৰ লগতে এয়া তেনে মানসিকতাৰ লোকসকলৰ বাবে এক সকীয়নিহে বুলিও মন্তব্য কৰে। ফেচবুক লাইভত দীপলিনাই
ব’ৰ্ড পৰীক্ষাৰ বাবে তৈয়াৰী কৰি থকা ছাত্ৰ–ছাত্ৰীসকলৰ বাবে বৃহৎ খবৰ। এতিয়াৰে পৰা CBSE ব’ৰ্ড পৰীক্ষা বছৰত দুবাৰকৈ অনুষ্ঠিত কৰা হ’ব। লগতে, একাদশ (11th class) আৰু দ্বাদশ শ্ৰেণীৰ (12th class) শিক্ষাৰ্থীয়ে এটাৰ পৰিৱৰ্তে দুটা ভাষাত অধ্যয়ন কৰিব লাগিব আৰু তাৰে এটা ভাৰতীয় ভাষা (Indian Language) হ’ব লাগিব। বুধবাৰে কেন্দ্ৰই নতুন শিক্ষা
Indian Olympic gold medalist javelin thrower Neeraj Chopra will be in action on Friday when he takes to the field for the qualifying rounds of the men’s javelin throw event at the ongoing World Athletics Championships 2023. Neeraj will be playing in Group A Qualifiers, scheduled for 1:40 PM IST.