The 69th National Film Awards will be announced on Thursday during a press conference by the Jury at the National Media Center, New Delhi. Many names are going around and the official announcement is awaited. This year Alia Bhatt and Kangana Ranaut’s names are doing the rounds on social media
Author: GTM Desk
ৰাজ্যত মূষলধাৰ বৰষুণৰ বাবে ধেমাজিৰ চিলাপথাৰৰ কেইবাটাও অঞ্চল বানৰ কবলত পৰিছে। ৩০ খনতকৈয়ো অধিক গাঁও বানত বেয়াকৈ বিধ্বস্ত হৈছে। গাই নৈ আৰু বেওৰা নৈৰ বানৰ কবলত বিধ্বস্ত হৈছে আমগুৰি গাঁও পঞ্চায়তৰ বহুকেইখন গাঁও। গাইনৈয়ে গতি সলাই আমগুৰি পঞ্চায়তৰ মাজেৰে গতি কৰাত গাইনৈৰ বাঢ়নী পানীয়ে পঞ্চায়তটোৰ গড়মৰা, ৰহঢলা, গড়মৰা চাপৰি, গড়মৰা
শ্বিলঙৰ জ্যেষ্ঠ সাংবাদিক লেখক পেট্ৰিচিয়া মুখিমে অসমৰ পৰা যোৱা পৰ্যটকে শ্বিলং-মেঘালয় লেতেৰা কৰে বুলি কোৱা কথাষাৰ ব্যাপক চৰ্চিত হৈছে। তেখেতৰ বক্তব্য অনুসৰি অসমৰ পৰা যোৱা পৰ্যটকে ঘৰৰ পৰাই মেগী লৈ গৈ তাত খাই আৰু মেঘালয়ৰ পৰা একো নিকিনে, অসমৰ পৰ্যটকে যানজঁটৰ সৃষ্টি কৰি পৰিৱেশ লেতেৰা কৰে বুলিও বিষোদগাৰ কৰে।
২৩ আগষ্ট,২০২৩ ভাৰতৰ বাবে এক বিশেষ দিন। এই দিনটোতেই ভাৰতে প্ৰেৰণ কৰা চন্দ্ৰযান-৩ৰ সফল অৱতৰণ হয় চন্দ্ৰপৃষ্ঠত। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰো) মুৰব্বী এছ. সোমনাথে চন্দ্ৰযান-৩ৰ সফলতাত আনন্দ প্ৰকাশ কৰে আৰু বিজ্ঞানীসকলক কৃতিত্ব দিয়ে। ইছৰোৰ মুৰব্বীগৰাকীয়ে কয় যে আগন্তুক সময়ত ইছৰোৰ মহাকাশযানে মংগল গ্ৰহটো অৱতৰণ কৰিব। ইছৰোৰ মুৰব্বীয়ে কয় যে
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগ্ছৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সময়তে ড্ৰাগ আসক্তৰ এখন ভয়ংকৰ ছবি উন্মোচন হৈছে৷ নিচাৰ বাবে ড্ৰাগ আসক্তই একেটা ছিৰিঞ্জ ব্যৱহাৰ কৰাৰ লগতে অসুৰক্ষিত যৌন সম্পৰ্কৰ পৰিণতিতো অসমত অস্বাভাৱিক হাৰত বৃদ্ধি পাব ধৰিছে এইচআইভি পজিটিভ ৰোগীৰ সংখ্যা৷ স্বাস্থ্য বিভাগৰ শেহতীয়া এটা সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি অসমত