Advertisement

Author: Shahnawaz Hamza

কৰিমগঞ্জত ১ কোটি ৭০ লাখ টকাৰ হেৰ’ইনসহ এজনক আটক

কৰিমগঞ্জত ১ কোটি ৭০ লাখ টকাৰ হেৰ’ইনসহ এজনক আটক

ৰাতাবাৰী থানাৰ অন্তৰ্গত আনিপুৰ এলেকাৰ পৰা অভিযান চলাই ৪২৮ গ্ৰাম হেৰ’ইনসহ এজন সৰবৰাহকাৰীক আটক কৰে ২৯ নং অসম ৰাইফলছে। অসম ৰাইফলছৰ চোৰাংচোৱা বিভাগে ৰাতাবাৰী এলেকাৰ আনিপুৰত নিষিদ্ধ হেৰ’ইনৰ বেপাৰ চলি