Author: GTM Desk

ইন্দ্ৰাণী কাণ্ডৰ আন এজন অভিযুক্ত অভমন্যু ক’ত?

ইন্দ্ৰাণী কাণ্ডৰ আন এজন অভিযুক্ত অভমন্যু ক’ত?

ইন্দ্ৰাণী তহবিলদাৰৰ  ফটো ভাইৰেল কাণ্ডত নাম সাঙোৰ খোৱা আন এজন অভিযুক্ত অভিমন্যু দাস  ক’ত? ঘটনাৰ পিছৰে পৰা অন্তৰ্ধান হৈ আছে অভিমন্যু দাস। শুকুৰবাৰে ছচিয়েল মিডিয়াত অভিমন্যুৱে আপলোড কৰিছিল ফটো। অভিমন্যুৱে নেপালত আত্মগোপন কৰি থকাৰ সন্দেহ কৰি আজি অসম আৰক্ষীৰ এটা দল ৰাওনা হৈছে নেপাললৈ। উল্লেখযোগ্য যে বহু নামেৰে পৰিচিত এইজন

দিল্লীত আলফাৰ ত্ৰিপাক্ষিক বৈঠক সমাপ্ত, পৰৱৰ্তী বৈঠকক লৈ আশাবাদী আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া

দিল্লীত আলফাৰ ত্ৰিপাক্ষিক বৈঠক সমাপ্ত, পৰৱৰ্তী বৈঠকক লৈ আশাবাদী আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া

বহু আশাৰে দীৰ্ঘবিৰতিৰ অন্তত নতুন দিল্লীলৈ গৈ আলোচনাত মিলিত হ’ল আলোচনাপন্থী আলফাৰ নেতৃত্ব ৷ পিছে বৰ বিশেষ ভাল ফলাফল নাপালে আলফাৰ নেতৃত্বই ৷ শুকুৰবাৰে নতুন দিল্লীত সম্পন্ন হয় আলফা-চৰকাৰৰ ত্ৰিপাক্ষিক বৈঠক ৷ চৰকাৰৰ মধ্যস্থতাকাৰী, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ প্ৰতিনিধি আৰু অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানৰ উপস্থিতিত বৈঠকখন অনুষ্ঠিত হয় ৷ বৈঠকৰ অন্তত আলফাৰ

৬ দিনীয়া ভ্ৰমণসুচীৰে লাডাখলৈ ৰাহুল গান্ধী

৬ দিনীয়া ভ্ৰমণসুচীৰে লাডাখলৈ ৰাহুল গান্ধী

🔵 ৬ দিনীয়া ভ্ৰমণসুচীৰে লাডাখলৈ ৰাহুল গান্ধী 🔵 লাডাখৰ লগতে ভ্ৰমণ কৰিব কাৰ্গিলো 🔵 ২৪ আগষ্টত কাৰ্গিলত উপস্থিত হ’ব ৰাহুল গান্ধী 🔵 আজি পৰিভ্ৰমণ কৰিব ভাৰত-চীন সীমান্তৰ বিবদমান এলেকা 🔵 পাংগিং হ্ৰদো পৰিদৰ্শন কৰিব কংগ্ৰেছ নেতাগৰাকীয়ে 🔵 ২৫ আগষ্টৰ ৰাজহুৱা সমদলত অংশ ল’ব ৰাহুল গান্ধীয়ে

অবৈধ প্ৰেম, ২২ লাখ টকা আৰু এটা নৃশংস হত্যাকাণ্ড!

অবৈধ প্ৰেম, ২২ লাখ টকা আৰু এটা নৃশংস হত্যাকাণ্ড!

শশাংক কটকীৰ হত্যাকাণ্ডৰ সৈতে নাম সাঙোৰ খোৱা জীম ট্ৰেইনাৰ দিপাংকৰ বৰাক আজি আদালতত হাজিৰ কৰালে আৰক্ষীয়ে৷ শশাংক বৰাৰ হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰিছিল দিপাংকৰক৷ দিপাংকৰ বৰা শশাংকৰ পত্নী লক্ষ্যহীৰা ভূঞা কটকীৰ অবৈধ প্ৰেমিক৷ জিমত চিনাকী হৈছিল দুয়োৰে৷ আদালতে তিনিদিনৰ বাবে দিপাংকৰক আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে। পত্নী