🔴ধুবুৰীৰ মানকাচৰত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান🔴ঝগৰাৰচৰৰ এখন ষ্টেচনাৰী দোকানৰ পৰা জব্দ ১,১৪০টা নিচাজাতীয় টেবলেট🔴নিচাজাতীয় টেবলেটসহ এটা ড্ৰাগছ ব্যৱসায়ীক আটক আৰক্ষীৰ🔴ধৃত ড্ৰাগছ ব্যৱসায়ীটো ছাইফুল ইছলাম
Author: GTM Desk
বিশেষজ্ঞৰ পৰামৰ্শ – চাহৰ মানদণ্ডৰ পৰীক্ষণ চেন্সৰ ভিত্তিক কৰাৰ সময় আহি পৰিছে। ‘অৰ্গেনলেপ্টিক প্ৰথাৰ জৰিয়তে চাহৰ গুণাগুণৰ পৰীক্ষণ ব্যৱহাৰিকভাৱে মূল্যহীন হৈ পৰিছে। চাহৰপ্ৰকৃত মানদণ্ড নিৰ্ণয় কৰিবলৈ হ’লে অতি সোনকালে এই পৰীক্ষণ চেন্সৰ-ভিত্তিক কৰি তোলাতো অতি প্ৰয়োজন।’- এই মন্তব্য প্ৰায় পাঁচ দশক চাহ উদ্যোগৰ অভিজ্ঞতাপূৰ্ণ প্ৰবীণ চাহ বিশেষজ্ঞ প্ৰণৱ কুমাৰ শৰ্মাৰ।
এবটল তেজৰ অভাৱতে মৃত্যু হ’ল দেৱেন দত্তৰ! নিশা ব্লাড বেংকত তেজ বিচাৰি হাহাকাৰ কৰিছিল কেয়াৰ টেকাৰে… যোৱা নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস কৰে অসমীয়া ভাষা–সাহিত্যৰ উত্তৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা বিশিষ্ট শিক্ষাবিদ তথা অধ্যাপক দেৱেন দত্তই। কিন্তু এবটল তেজৰ অভাৱত দেৱেন দত্তৰ মৃত্যু হোৱাৰ অভিযোগ কৰিছে তেওঁৰ কেয়াৰ
কাকচাং কাইফলাংচ জলপ্ৰপাতত অঘটন, কিশোৰ সন্ধানহীন 🔶 বোকাখাত আৰু কাৰ্বি আংলং সীমান্তৰ কাকচাং কাইফলাংচ জলপ্ৰপাতত পুনৰ অঘটন ৷ 🔶 সমনীয়াৰ সৈতে জলপ্ৰপাতটোত গা ধুই থকা অৱস্থাত এজন কিশোৰ সন্ধানহীন ৷ 🔶 বৃহস্পতিবাৰে সংঘটিত এই ঘটনা। 🔶 সন্ধানহীন কিশোৰজন বোকাখাত আমটেঙা আদৰ্শ মিচিং গাঁৱৰ কৃষ্ণ দলেৰ পুত্ৰ পিংকল দলে (১৫)বুলি জানিব
MIQS মিচেছ ইণ্ডিয়া ২০২৩ৰ খিতাপ দখল কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে গীতাঞ্জলি লহকৰে