অৱশেষত গ্ৰেপ্তাৰ কৰিলে দ্বীবন ডেকাক। চানমাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ডেকাক। ইফালে সোধ-পোছৰ অন্তত অন্তত যাবলৈ দিয়ে সদ্য অপসাৰিত বিজেপি নেত্ৰী তৃষ্ণা শৰ্মাক। ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাৰে নাম সাঙোৰ খাইছিল ডেকাৰ। শুকুৰবাৰে পুৱা জেৰাৰ বাবে মাতিছিল আৰক্ষীয়ে। দিনটোৰ সোধ-পোছৰ অন্তত গ্ৰেপ্তাৰ কৰা হয় দ্বীবন ডেকাক। ইন্দ্ৰাণী তহবিলদাৰৰ অন্তৰংগ মুহূৰ্তৰ ফটো সিদ্ধাৰ্থ
Author: GTM Desk
🔴১০ হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা হাফলঙৰ অভিযন্তা মনোজ শইকীয়াৰ ঘৰত উদ্ধাৰ ৪৫ লাখ ৫৪ হাজাৰ টকা উদ্ধাৰ🔴ডিমা হাচাওত CMVৰ অভিযানত গ্ৰেপ্তাৰ হৈছিল মনোজ শইকীয়া
‘হয় ফাঁচি দিয়ক, নহ’লে এনকাউণ্টাৰ কৰি মোকো মাৰি পেলাওক’। চিনেমাৰ দৰে লগা ৰঙিয়াৰ এটা জীয়া কাহিনী। পত্নী আৰু কন্যাৰ হত্যাত অভিযুক্ত ব্যৱসায়ীয়ে কেমেৰাৰ সন্মুখত দিছে শিহৰণকাৰী স্বীকাৰোক্তি
বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহৰ ভয়ংকৰ তথ্য ফাদিল। পশ্চিমবংগৰ পৰা পলাই অহা যুৱতীয়ে প্ৰকাশ কৰিলে বিস্ফোৰক তথ্য। গুৱাহাটীৰ কোন স্থানৰ পৰা নিয়ন্ত্ৰিত হয় নাৰী সৰবৰাহ চক্ৰ ?
বহু সময় ধৰি মোবাইল ফোনত কথা পাতিলে মানৱ শৰীৰত গুৰুতৰ প্ৰতিক্ৰিয়া হ’ব পাৰে। সপ্তাহত মুঠ আধা ঘণ্টাতকৈ অধিক সময় ফোনত কথা পাতিলে উচ্চ ৰক্তচাপৰ সম্ভাৱনা ১২ শতাংশ বৃদ্ধি হয়। নতুন গৱেষণাই এনে ধৰণৰ চাঞ্চল্যকৰ তথ্যই প্ৰকাশ কৰিছে।এতিয়া বিশ্বৰ জনসংখ্যাৰ এক তৃতীয়াংশতকৈও অধিক লোকৰ হাতত মোবাইল ফোন আছে। আৰু মোবাইলৰ পৰা