জাগীৰোডৰ নেলীত শোকাৱহ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত থিতাতে নিহত এজন মুম্বাইৰ আনন্দ স্বৰূপ , মালিগাঁও ৰে’ল ষ্টেচন ইউনিটৰ মুখ্য অভিযন্তা আনন্দ
Author: GTM Desk
হাত দাঙিয়েই আছে…লাট মণ্ডলৰ বাবে ঘোচ লৈ হাত দাঙিলে কম্পিউটাৰ দোকানৰ মালিক নয়ন বৰ্মনে। টিহুত লাট মণ্ডল দেৱাশিস বৰ্মনৰ বাবে উৎকোচ লোৱাৰ অভিযোগ।
আকৌ হাত দাঙিলে চৰকাৰী বিষয়াই। এইবাৰ ঘোচ লৈ হাত দাঙিলে লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা মনোজ কুমাৰ শইকীয়াই। হাফলঙত পেণ্ডিং বিল মুকলি কৰি দিয়াৰ নামত লৈছিল উৎকোচ।
দিনটোত ঘোচ লৈ গ্ৰেপ্তাৰ হোৱা দ্বিতীয়জন চৰকাৰী কৰ্মচাৰী। টিহুত কম্পিউটাৰ দোকানত ঘোচ লৈ হাত দাঙিলে লাট মণ্ডল দেৱাশিস বৰ্মনে।
হিমাচলত ভূমিস্খলনৰ ভয়ংকৰ পৰিস্থিতি। চকুৰ সন্মুখত খহি পৰিল কেইবাটাও অট্টালিকা। হিমাচল প্ৰদেশৰ মাণ্ডি জিলাৰ দৃশ্য। https://twitter.com/i/status/1691803700874936366 হিমাচল প্ৰদেশৰ কৃষ্ণ নগৰৰ ভূমিস্খলনৰ ভয়ংকৰ দৃশ্য। তাচপাতৰ দৰে খহি পৰিছে অট্টালিকাসমূহ। https://twitter.com/i/status/1691779130948280401 হিমাচল প্ৰদেশত অব্যাহত আছে ভূমিস্খলনৰ উদ্ধাৰ অভিযান। বিশেষকৈ ৰাজ্যখনৰ চিমলাত উদ্ধাৰ অভিযান এই পৰ্যন্ত চলি আছে। https://twitter.com/i/status/1692028079613301150