Author: Ali

নগাঁৱৰ মাহৰিআটিত বৃহৎ পৰিমাণৰ হেৰ’ইনসহ দুজনক গ্ৰেপ্তাৰ ।

নগাঁৱৰ মাহৰিআটিত বৃহৎ পৰিমাণৰ হেৰ’ইনসহ দুজনক গ্ৰেপ্তাৰ ।

BREAKING: NAGAON: 👉ধৃত মাফিয়া দুটাৰ নাম হৈছে আব্দুল হানিফ আৰু আতাবুৰ ৰহমান । 👉ধৃত আতাবুৰৰ ঘৰ মৰিগাঁৱত আৰু আব্দুল হানিফৰ ঘৰ ত্ৰিপুৰাত ৷ 👉ডিমাপুৰৰ পৰা মৰিগাঁৱলৈ আনি আছিল হেৰ’ইনখিনি ।