নগাঁৱৰ মাহৰিআটিত বৃহৎ পৰিমাণৰ হেৰ’ইনসহ দুজনক গ্ৰেপ্তাৰ ।

BREAKING: NAGAON:

👉ধৃত মাফিয়া দুটাৰ নাম হৈছে আব্দুল হানিফ আৰু আতাবুৰ ৰহমান ।

👉ধৃত আতাবুৰৰ ঘৰ মৰিগাঁৱত আৰু আব্দুল হানিফৰ ঘৰ ত্ৰিপুৰাত ৷

👉ডিমাপুৰৰ পৰা মৰিগাঁৱলৈ আনি আছিল হেৰ’ইনখিনি ।

👉এখন ৱাগনাৰ গাড়ীও জব্দ ।

👉জব্দ কৰা হেৰ’ইনখিনিৰ মূল্য ১১ ৰ পৰা ১৫ লাখ টকা
👉জব্দকৃত বাহনখনৰ নম্বৰ হৈছে AS21G 8266 .

👉নগাঁও আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত চলাইছিল এই অভিযান ।

👉জব্দকৃত হেৰ’ইনখিনিৰ মূল্য দহ লক্ষাধিক ।

Leave a Reply

Your e-mail address will not be published. Required fields are marked *

error: Content is protected !!