নগাঁৱৰ মাহৰিআটিত বৃহৎ পৰিমাণৰ হেৰ’ইনসহ দুজনক গ্ৰেপ্তাৰ ।

BREAKING: NAGAON:
👉ধৃত মাফিয়া দুটাৰ নাম হৈছে আব্দুল হানিফ আৰু আতাবুৰ ৰহমান ।
👉ধৃত আতাবুৰৰ ঘৰ মৰিগাঁৱত আৰু আব্দুল হানিফৰ ঘৰ ত্ৰিপুৰাত ৷

👉ডিমাপুৰৰ পৰা মৰিগাঁৱলৈ আনি আছিল হেৰ’ইনখিনি ।
👉এখন ৱাগনাৰ গাড়ীও জব্দ ।

👉জব্দ কৰা হেৰ’ইনখিনিৰ মূল্য ১১ ৰ পৰা ১৫ লাখ টকা
👉জব্দকৃত বাহনখনৰ নম্বৰ হৈছে AS21G 8266 .
👉নগাঁও আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত চলাইছিল এই অভিযান ।

👉জব্দকৃত হেৰ’ইনখিনিৰ মূল্য দহ লক্ষাধিক ।