Author: Desk Editor

নীতি নিয়মৰ মাজেৰে ১৫ ডিচেম্বৰৰ পৰা হোষ্টেল, ১ জানুৱাৰীৰ পৰা প্ৰাথমিক বিদ্যালয় খুলিব

নীতি নিয়মৰ মাজেৰে ১৫ ডিচেম্বৰৰ পৰা হোষ্টেল, ১ জানুৱাৰীৰ পৰা প্ৰাথমিক বিদ্যালয় খুলিব

গুৱাহাটী: ৰাজ্যৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰি কয় যে ১ জানুৱাৰীৰ পৰা প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয় সমূহে চৰকাৰে ক’ভিড ১৯ৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰা নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে শ্ৰেণীকোঠাত পাঠদান আৰম্ভ কৰিব ৷ আনহাতে শিক্ষা প্ৰতিষ্ঠানৰ হোষ্টেল সমূহ খুলিব ১৫ ডিচেম্বৰৰ পৰা ৷ কেৱল