Author: Ali

EXCLUSIVE : ৰাজ্যৰ চৰকাৰে পুনৰ নিৰ্মাণ কৰিব “জোনাকী” ছবিগৃহ

EXCLUSIVE : ৰাজ্যৰ চৰকাৰে পুনৰ নিৰ্মাণ কৰিব “জোনাকী” ছবিগৃহ

ৰাজ্য চৰকাৰে শেহতীয়াকৈ অসমৰ ন- পুৰণি ছবিগৃহ সমূহ পুনৰ নিৰ্মান কৰাৰ সন্দৰ্ভত নতুন পৰিকল্পনা হাতত লয়। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্তীয় উন্নয়ন নিগমৰ অধ্যক্ষ যতীন বৰাক ৰাজ্যখনৰ ন