Assam boxer Jamuna Boro wins gold medal in President Cup Boxing Championship held in Indonesia. Jamuna defeated Guilia Lamagna of Italy in final in a 5-0 demolition.
Author: Desk Editor
নলবাৰী,২৮ জুলাই=নলবাৰী বিধানসভা সমষ্টিৰ ১১ নং দেহাৰকুছি গাওঁ পঞ্চায়তৰ অন্তৰ্গত বগল’চৰোড নিৰ্মাণত ঠিকাদাৰে কৰা অনিয়মৰ বাবে আজি একাংশ স্থানীয় ৰাইজে অভিযোগ তুলি ক্ষোভ প্ৰকাশ কৰে৷ আনকি বিধিগত ভাবে কাম নকৰিলে নিৰ্মাণ কাৰ্য্য বন্ধৰো দাবী কৰে ক্ষোভিত ৰাইজে৷ উল্লেখ্য যে স্বাধীনতাৰ সত্তৰ বছৰ পিছত এইবেলি উক্ত পথটো পকীকৰন কৰাৰ বাবে গড়কাপ্তানি
২৮জুলাই,গুৱাহাটী- বন্যাৰ্তক সহায় বাবে আগবাঢ়ি আহিছে উত্তৰপূৰ্বাঞ্চলৰ তৰ্কিক সকলক লৈ গঠিত অনুষ্ঠান নৰ্থ ইষ্ট ডিবেটাৰ্চ এছোছিয়েচন (নেডা ) । আজি নেডা ৰ উদ্যোগত কামৰূপ গ্ৰাম্য জিলাৰ বৃহত্তৰ ডিমৌৰ অঞ্চলৰ পানীখাইটি-উখুৱা গাঁওৰ শতাধিক বান পীড়িত পৰিয়ালক সাহায্য সামগ্ৰীৰ বিতৰণ কৰে। উল্লেখ্য যে, পুঠিমাৰী নৈৰ মাথাউৰী ছিঙি যোৱাত অঞ্চলটোত বানপানীয়ে বাৰুকৈ ক্ষতিগ্ৰস্ত
নাটখনিৰ ৰচনা উদীয়মান গল্পকাৰ মুনমী বৰদলৈৰ আৰু পৰিচালনা বিশিষ্ট নাট্য শিল্পী পবিত্ৰ কলিতাৰ। নাটখনিৰ পৰিচালনা উপদেষ্টাৰ দায়িত্বত আছিল অভিনেতা পবিত্ৰ প্ৰাণ শৰ্মা। কনক শইকীয়াৰ সামগ্ৰীক পৰিকল্পনাৰ মঞ্চস্থ হোৱা নাট্যসন্ধ্যাটিৰ ব্যৱস্থাপনা আছিল অসমৰ অগ্ৰণি সামাজিক সাংস্কৃতিক অনুষ্ঠান কলং। মুঠ ৩০জন শিল্পীয়ে অভিনয় কৰা নাট্যসন্ধ্যাটিয়ে দৰ্শকৰ হৃদয় চুবলৈ সক্ষম হয়। Adil Shah
ৰবিবাৰে পুৱা ৭:৩০ বজাত নামনিমুৱা কামৰূপ এক্সপ্ৰেছত ৰেইলৱে আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে মৰানস্ত্ৰ খিনি। ৰেইলখন ষ্টেচনৰ ১ নং প্লেটফৰ্মত ৰখাই থোৱাৰ সময়তে ১১ নম্বৰ ডবাত উদ্ধাৰ হয় সামগ্ৰীখিনি। দবাটোৰ টইলেটত ৰাখিছিল মৰানস্ত্ৰটো। বৰ্তমানলৈকে কোনে সেইখিনি ডবাৰ টইলেটত ৰাখিলে তাৰ কোনো শুং সূত্ৰ লাভ কৰা নাই ৰেইলৱে আৰক্ষীয়ে। News Desk