প্ৰতিবন্ধী তথা বিশেষভাৱে সক্ষম লোকসকলক উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পৰা বঞ্চিত কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে অসমৰ শিক্ষা বিভাগ এই অভিযোগ প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ। শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল
Author: Ali
এই ভিডিওটো যোৱা কেইদিনমান পূৰ্বেৰ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ। গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত শ্ৰীৰামপুৰৰ লগতে বিভিন্ন অঞ্চলত বিদ্যুৎ বিভাগৰ অনিয়মীয়া অতিষ্ঠ হৈ যোৱা কিছুদিন পূৰ্বে বিদ্যুৎ যোগানৰ প্ৰতিবাদত শ্ৰীৰামপুৰ অঞ্চলৰ
পবিতৰা অভয়াৰণ্য : বানপানীয়ে কিমান ক্ষতি কৰিলে ? #assamflood #assamflood2019
মঙলদৈত বন্যাতৰ কাষত চিকিতসক ডাঃঅৰবিন্দ ডেকা গাঁঠিৰ ধনেৰে বিতৰন কৰিলে খাদ্য সামগ্রী গ্রীন মঙলদৈ ক্লীন মঙলদৈ মন্ত্রৰে মঙলদৈ চহৰক সেউজীয়া কৰিবলৈ অহৰহ প্রচেষ্টা অব্যাহত ৰখাৰ সময়তে সম্প্রতি প্রলয়ংকাৰী বানপানীত সৰ্বশান্ত
চৰকাৰৰ পৰা কি বিচাৰে চন্দ্ৰপুৰ – মায়ংৰ বানাক্ৰন্ত লোক সকলে ? #assamflood #assamflood2019