Author: Ali

ভূটানৰ  পৰা নামি অহা পানীয়ে খহাই নিলে ঘাগ্ৰা আৰু কোৰামোৰ সংযোগী ভোল্লা নদীৰ দলংৰ এফাল ৷ কাণ-ষাৰ নাই প্ৰশাসনৰ ৷

ভূটানৰ পৰা নামি অহা পানীয়ে খহাই নিলে ঘাগ্ৰা আৰু কোৰামোৰ সংযোগী ভোল্লা নদীৰ দলংৰ এফাল ৷ কাণ-ষাৰ নাই প্ৰশাসনৰ ৷

ওদালগুৰিৰ পৰা কেমেৰা সহযোগী নৱজ্যোতি শৰ্মাৰ সহযোগত মিৰাজুল হোছেইনৰ ৰিপোৰ্ট ৷

আজি কোকৰাঝাৰ জিলাৰ অন্তুৰ্গত গোসাইগাওঁত অটো চালক সন্থাৰ উওাল প্ৰতিবাদ।

আজি কোকৰাঝাৰ জিলাৰ অন্তুৰ্গত গোসাইগাওঁত অটো চালক সন্থাৰ উওাল প্ৰতিবাদ।

ই ৰিক্মাৰ বিৰুদ্ধে এই প্ৰতিবাদ। অনুজ্ঞাপএ অবিহনে ই ৰিক্মা চলাই থকাৰ প্ৰতিবাদ। বিভাগীয় কৰ্তৃপক্ষই ই ৰিক্মাৰ লগত বুজাবুজি থকাৰ অভিযোগ। অটো চালক সন্থা জিন্দাবাদ, পৰিবহন মন্ত্ৰী মুৰ্দাবাদ, চন্দ্ৰমোহন পাটোৱাৰী গো