Author: Desk Editor

Video || Barpeta || Issa foundation distributes Ramadan food packages

Video || Barpeta || Issa foundation distributes Ramadan food packages

আজি বাঘবর সমষ্টির মন্দিয়াত আজমল ফাউন্ডেশ্বন আরু ইচ্ছা ফাউন্ডেশ্বনর পরা দুখীয়া রাইজর মাজত ইফতারর সামগ্রী বিতরন করা হয় ,,ইফতারর বাবে ২৫ কেজি চাউল,৪পেকেট খেজুর,২কেজি চেনী,৩কেজি দাইল ,৩কেজিকৈ বুট ২কিলোকৈ মিঠাতেল বিতরন করা হয় ।

মঙলদৈত এশ শতাংশৰে উজলিল নগৰবাহী জোনজ্যোতি জাতীয় বিদ্যালয়

মঙলদৈত এশ শতাংশৰে উজলিল নগৰবাহী জোনজ্যোতি জাতীয় বিদ্যালয়

উতফুল্লিত স্থানীয় ৰাইজ মঙলদৈৰ পৰা মকছেদ আলি, ৰিপৰ্ট, ১৫ মে’ : সদ্য ঘোষিত এইবছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত এশ শতাংশৰে উজলিল দৰং জিলাৰ মঙলদৈৰ নিকটৱৰ্তী জোন জ্যোতি জাতীয় বিদ্যালয় । ফলাফল অনুসৰি এইবাৰ বিদ্যালয় খনৰ পৰা ২০ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল আৰু ২০ গৰাকীয়েই সুখ্যাতিৰে উত্তীৰ্ণ হয় । ইয়াৰে প্ৰথম

সংশোধনী হব অগপৰ সংবিধান |

সংশোধনী হব অগপৰ সংবিধান |

মংগলবাৰে অগপৰ কাৰ্যলয় অনুষ্ঠিত হোৱা কার্য নিৰ্বাহক বৈঠকৰ অন্তত দলৰ সাধাৰণ সম্পাদক কমলা কান্ত কলিতাই সংবাদ মাধ্যমৰ আগত কার্য নিৰ্বাহকত গ্ৰহণ কৰা প্ৰস্তাৱ সমূহৰ সম্পৰ্কে জনাই । দলৰ তৃণ মূল সংগঠন শক্তিশালী কৰাৰ স্বার্থত কার্যনিৰ্বাহকত সংবিধান সংশোধনীৰ এক প্ৰস্তাৱ গ্ৰহণ কৰা হয় । দলৰ কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তৰ নেতৃত্বত ৭