Author: Ali

RTI তথ্যত পোহৰলৈ আহিল প্রধানমন্ত্রী মোদীৰ পিতৃৰ চাহৰ দোকানৰ কোনো ৰেকর্ড নাই পশ্চিম ৰে’লৱেৰ হাতত…

RTI তথ্যত পোহৰলৈ আহিল প্রধানমন্ত্রী মোদীৰ পিতৃৰ চাহৰ দোকানৰ কোনো ৰেকর্ড নাই পশ্চিম ৰে’লৱেৰ হাতত…

গুৱাহাটী: ৰাষ্ট্ৰীয় সংবাদ সংস্থা ‘দ্যা ৱায়েৰ’ত প্ৰকাশিত খবৰ অনুসৰি, কেন্দ্রীয় তথ্য কমিছনে তথ্য জনাৰ অধিকাৰ (আৰটিআই) আবেদনৰ মাধ্যমেৰে দাবী কৰা প্রধানমন্ত্রী মোদীৰ পিতৃৰ চাহৰ দোকানৰ সম্পৰ্কে আবেদনৰ আপিল নিষ্পত্তি কৰিছে