অসমৰ বিভিন্ন জলন্ত সমস্যাৰাজি সমাধানৰ দাবীত শুকুৰবাৰে গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ পৰিষদে অৱস্থান বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে । অসম নাগালেণ্ডৰ সমস্যা সমাধান কৰা, ৰাজ্যত দিনক দিনে বৃদ্ধি পোৱা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ৰোধ কৰা, বিদ্যুৎ বিলৰ সমস্যা সমাধান কৰা, ৰঙাজানৰ টোলগেট নিৰ্মাণৰ কাম বন্ধ কৰা আদি বিভিন্ন
Author: Desk Editor
আমগুৰিত পঞ্চায়তৰ কৰ্মচাৰীৰ কামনাৰ বলি হৈ অন্তসত্বা হ’ল এগৰাকী কিশোৰী ৷ অভিযুক্ত নামতি পুলৰ জনৈক গগৈ খনামুখ গাঁও জি আৰ এচ হিচাপে কৰ্মৰত বুলি জানিব পৰা গৈছে ৷ অভিযুক্তৰ ঘৰত বনকৰা হিচাপে আছিল কিশোৰী গৰাকী ৷ দীৰ্ঘদিন ধৰি কিশোৰীগৰাকী বনকৰা হিচাপে থকাৰ পিছতে কামনাৰ বলি হয়। ইতিমধ্যে কিশোৰীগৰাকী ৭ মাহৰ
বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ পেড আৰু চহী জাল কৰি দুষ্ট চক্ৰই বিটিআৰৰ প্ৰধান সচিবলৈ পত্ৰ প্ৰেৰণ কৰি পুঁজি মুকলি কৰি দিবলৈ নিৰ্দেশ দিয়াৰ আজৱ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ২০১৬ -১৭ চনতে কোকৰাঝাৰ জিলাৰ মালাগুৰীৰ পৰা পাৰোউৰা ফৰেষ্ট বিট অফিচলৈ যোৱা এটা পথৰ মুঠ ধাৰ্য পুঁজি ২৯,২৫৭৪০.০০ টকা
The hit sci-fi drama series ‘Foundation’ based on the Isaac Asimov stories of the same name has been renewed for season 2 at Apple. The series has only released three episodes of its 10-episode first season to date, with the fourth dropping on October 8. The new episodes of the
বিজেপিৰ সৈতে বিপিএফৰ মিত্ৰতাই আনুষ্ঠানিক ৰূপ লোৱা নাই অথচ বিপিএফে দাবী কৰি আছে মিত্ৰতাৰ। ইয়াকে লৈ সাধাৰণ ৰাইজৰ মাজত সৃষ্টি হৈছে কৌতূহলৰ। এই প্ৰসংগত আজি বিটিচি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য উইলছন হাছদাই উল্লেখ কৰিছে গুৰুত্বপূৰ্ণ কথা। হাছদাই এই সম্পৰ্কে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত উল্লেখ কৰে– ”কোনো মিত্ৰতা হোৱা নাই, ইয়াক