Author: Desk Editor

Guwahati Press Club (GPC) election results

Guwahati Press Club (GPC) election results

The results of Guwahati Press Club polls have been declared. The members of the new Committee are: PRESIDENT- Manoj Kumar Nath. VICE PRESIDENT- Dhani Ram Kalita. VP RESERVED- Mousumi Sarma Baruah. GENERAL SECY- Sanjoy Ray. ASST GEN SECY-Manindra Deka. AGS RESERVED-Manisha Kalita. TREASURER- Nayan Pratim Kumar. CULTURAL SECY-Pallabi Poli Bora.

সাংবাদিক অতনু ভূঞাই আজি সংগ্ৰহ কৰিব ৰাজ্যসভাৰ মনোনয়ন

সাংবাদিক অতনু ভূঞাই আজি সংগ্ৰহ কৰিব ৰাজ্যসভাৰ মনোনয়ন

ৰাজ্যসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই! আজি সংগ্ৰহ কৰিব মনোনয়ন পত্ৰ। কংগ্ৰেছ–AIUDFৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাই অসমৰ পৰা খালী হোৱা ৰাজ্যসভাৰ এখন আসনত প্ৰাৰ্থীত্ব আগবঢ়োৱাতো ইতিমধ্যে চুড়ান্ত হ’ল। Source