Author: Desk Admin

দৰঙত বাঘৰ আক্ৰমণত পুনৰ এজন আহত

দৰঙত বাঘৰ আক্ৰমণত পুনৰ এজন আহত

দৰং জিলাত বাঘৰ আক্ৰমণত আজি আৰু এজন লোক আহত হয়। জিলাখনৰ দলগাঁও থানাৰ অন্তৰ্গত আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ দাঁতি কাষৰীয়া কাছোমাৰী গাঁৱত পুৱা প্ৰায় ৮ বজাত ঘটনাটো সংঘটিত হয়। পথাৰত কাম কৰি থকাৰ সময়তে দুৰ্ভগীয়া ব্যক্তি জন বাঘৰ অতৰ্কিত আক্ৰমণৰ সন্মুখীন হয়। গুৰুতৰভাৱে আহত স্হানীয় ব্যক্তি জনক