ৰাজ্যত সংঘটিত অনলাইন ট্রেডিঙৰ বিয়াগোম কেলেংকাৰিৰ প্ৰথমটো গোচৰৰ মুখ্য অভিযুক্ত দীপাংকৰ বৰ্মনক কেন্দ্রীয় অনুসন্ধান সংস্থা (চিবিআই)ই নিজৰ জিম্মাত লয়। গোৱাত গ্রেপ্তাৰ হোৱা দীপাংকৰ সাতদিনৰ আৰক্ষীৰ জিম্মাত আছিল। ইতিমধ্যে আৰক্ষীৰ জিম্মাৰ ম্যাদ শেষ হোৱাত আদালতে প্রৱঞ্চকজনক ন্যায়িক জিম্মালৈ প্রেৰণ কৰে। এই অনুসৰি দীপাংকৰক গুৱাহাটী কেন্দ্রীয় কাৰাগাৰলৈ প্রেৰণ কৰা হয়। কাৰাগাৰতে উপস্থিত
Author: Desk Admin
➡️ ১৫ দিনৰ অন্তত মুক্তি অপহৃত গৌতম বসুমতাৰীক ৷ ➡️ গৌতম বসুমতাৰীক মুকলি কৰি দিয়া হয় অৰুণাচলৰ জয়ৰামপুৰৰ ১৭ মাইলত ৷ ➡️ লেখাপানী আৰক্ষীয়ে অৰুণাচল আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰে অপহৃত গৌতম বসুমতাৰীক ৷ ➡️ আলফা (স্বাঃ)য়ে গৌতমক ২৪ অক্টোবৰত অপহৰণ কৰিছিল জাগুনৰ ১০ মাইলস্থিত চাহ বাগিচাৰ ফেক্টৰীৰ পৰা ৷ ➡️
মঙলবাৰে নিশা গুৱাহাটী ক্লাৱত উপস্থিত হৈ নিৰ্মীয়মান উৰণ সেতুৰ কামৰ বুজ লয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই। নিৰ্মীয়মান উৰণ সেতুৰ কাম পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ‘লোক নিৰ্মাণ বিভাগে পূৰ্বৰ পৰাই গছ কটাৰ সিদ্ধান্ত লোৱা নাছিল। গছ উঠাই নি আন এটা ঠাইত ৰোপণ কৰাৰ ব্যৱস্থা ওলাইছে। দীঘলীপুখুৰীৰ গছ কটাও নহয়,
ৰাজ্যৰ ৫ গৰাকী ACS বিষয়াক নিলম্বন নিৰ্বাচনী নিৰ্দেশ উলংঘা কৰাৰ অভিযোগত নিলম্বন নিলম্বন কৰা হৈছে ACS কংকনজ্যোতি শইকীয়াক নিলম্বন পৰিস্মিতা দিহিঙীয়া, জিণ্টু শৰ্মা, সৰোজ কুমাৰ ডেকাক আনজন নিলম্বিত ACS বিষয়া কাব্যশ্রী দিহিঙীয়া আটাইকেইজনকে নিৰ্বাচনী বিষয়া হিচাপে কৰা হৈছিল বদলি বদলি কৰাৰ পিছতো তেওঁলোকে যোগদান কৰা নাছিল কৰ্তব্যত আটাইকেইজনৰ বিৰুদ্ধে বিভাগীয়
আই পি এছ বিষয়া তথা নলবাৰী জিলাৰ আয়ুক্ত বৰ্ণালী ডেকাৰ বিৰুদ্ধে অনতিপলমে গোচৰ ৰুজুৰ নিৰ্দেশ দিছে নলবাৰী মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে। নিলম্বিত ৰাজহ চক্ৰ বিষয়া অপৰ্ণা শৰ্মাৰ এক আবেদনৰ ভিত্তিত আদালতে এই নিৰ্দেশ জাৰি কৰা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, লোকসভা নিৰ্বাচনৰ সময়ছোৱাত ৭মে’ৰ নিশা ষ্ট্ৰংৰোমত বাকযুদ্ধত লিপ্ত হৈছিল