Author: Desk Admin

CBC’s 2-Day Awareness Program in Mayong concludes with vibrant participation

CBC’s 2-Day Awareness Program in Mayong concludes with vibrant participation

The two-day awareness programme, organized by the Central Bureau of Communication (CBC), Guwahati, under the Ministry of Information and Broadcasting, successfully concluded today at Rajamayong, Morigaon. The event featured a thematic photo exhibition centered on Ek Bharat Shreshtha Bharat, Swachhata Hi Seva, and EkPedMaaKeNaam. Thousands of participants attended the event,

গুৱাহাটীৰ ৰাজগড়ত যুৱতীৰ মৃতদেহ উদ্ধাৰ

গুৱাহাটীৰ ৰাজগড়ত যুৱতীৰ মৃতদেহ উদ্ধাৰ

📌 গুৱাহাটীৰ ৰাজগড়ত যুৱতীৰ মৃতদেহ উদ্ধাৰ 📌 ভাৰাঘৰৰ কোঠাত উদ্ধাৰ পায়েল শইকীয়া নামৰ যুৱতীগৰাকীৰ মৃতদেহ 📌 বান্ধৱীৰ সৈতে ভাৰাঘৰত আছিল যুৱতীগৰাকী 📌 গুৱাহাটীৰ ছাত্ৰীবাৰীত ঘৰ মৃত যুৱতীগৰাকীৰ

গুৱাহাটীৰ লোমহৰ্ষক ঘটনা: বিবাহিত ভূপেনৰ সৈতে মৌচুমীৰ আছিল দুবছৰৰ প্ৰেমৰ সম্পৰ্ক…

গুৱাহাটীৰ লোমহৰ্ষক ঘটনা: বিবাহিত ভূপেনৰ সৈতে মৌচুমীৰ আছিল দুবছৰৰ প্ৰেমৰ সম্পৰ্ক…

গুৱাহাটীৰ লাষ্টগে’টৰ ছুৰিকাঘাতৰ ঘটনাৰ ইটোৰ পিছত সিটো নতুন তথ্য পোহৰলৈ আহিছে। মৌচুমী গগৈ নামৰ যুৱতীগৰাকীক ছুৰীৰে আক্ৰমণ কৰি হত্যা কৰাৰ পিছত ঘাতক ভূপেন দাসে চোকা অস্ত্ৰৰে নিজকো শেষ কৰাৰ চেষ্টা চলায়। বৰ্তমান জিএমচিএইচত চিকিৎসাধীন ভূপেন দাস। ইতিমধ্যে মৃত্যু হৈছে মৌচুমী গগৈ নামৰ যুৱতীগৰাকীৰ। খবৰ অনুসৰি, ঘাতক ভূপেনৰ সৈতে দুবছৰ ধৰি

গুৱাহাটীত যুৱতীক ছুৰিকাঘাত কৰি হত্যা কৰা যুৱকক চিনাক্ত, লোমহৰ্ষক ঘটনা সংঘটিত কৰি নিজকে শেষ কৰাৰ চেষ্টা যুৱকজনৰ…

গুৱাহাটীত যুৱতীক ছুৰিকাঘাত কৰি হত্যা কৰা যুৱকক চিনাক্ত, লোমহৰ্ষক ঘটনা সংঘটিত কৰি নিজকে শেষ কৰাৰ চেষ্টা যুৱকজনৰ…

গুৱাহাটীত যুৱতীক ছুৰিকাঘাত কৰা যুৱকক চিনাক্ত। ৰাজপথতে যুৱতীক ছুৰীৰে আক্ৰমণ চলোৱা যুৱকজনৰ নাম ভূপেন দাস। ভূপেন দাসৰ ঘৰ নলবাৰীত। মৌচুমী গগৈ নামৰ যুৱতীগৰাকীক ছুৰিকাঘাত কৰাৰ পিছত চোকা অস্ত্ৰৰে নিজকে শেষ কৰাৰ চেষ্টা চলায় যুৱকজনে। আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে সামাজিক মাধ্যমযোগে জনোৱা অনুসৰি, যুৱতীগৰাকীক ছুৰিকাঘাত কৰাৰ পিছতে চোকা অস্ত্ৰৰে নিজকে

গুৱাহাটীৰ লাষ্টগে’টত কোনে ছুৰি মাৰিলে যুৱতীক? প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যানৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ…

গুৱাহাটীৰ লাষ্টগে’টত কোনে ছুৰি মাৰিলে যুৱতীক? প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যানৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ…

মহানগৰীৰ ৰাজপথত যুৱতীক ছুৰিকাঘাত। দিন দুপৰতে ৰাজপথত ছুৰিৰে আক্ৰমণ এগৰাকী যুৱতীক। মহানগৰীৰ লাষ্টগে’টৰ নাহৰনি পথত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। নাহৰনি পথৰ ১৪নং ঘৰৰ সন্মুখতে সংঘটিত হয় এই ঘটনা। ৰেপিড’ৰ বাবে ৰৈ থকাৰ সময়তে যুৱতীগৰাকীক আক্ৰমণ কৰে দুৰ্বৃত্তই। এখন ছুইফ্ট ডিজায়াৰ বাহনত আহিছিল যুৱতীগৰাকী। ছুৰিৰে আক্ৰমণ কৰিয়ে বাহনখনেৰে পলায়ন কৰে