Author: Desk Admin

আজি কাতি মাহৰ শুক্লপক্ষৰ দেবোত্থানী একাদশী, এইকেইটা নিয়ম পালন কৰিলে লাভ কৰিব সুফল

আজি কাতি মাহৰ শুক্লপক্ষৰ দেবোত্থানী একাদশী, এইকেইটা নিয়ম পালন কৰিলে লাভ কৰিব সুফল

আজি দেবোত্থানী একাদশী। দেবোত্থানী একাদশী কি হয় আৰু ভগৱান বিষ্ণুক কিদৰে এই একাদশীত পূজা দিব লাগে সেই সম্পৰ্কে পৰামৰ্শ আগবঢ়াইছে জ্যোতিষী ড০ কৰবী বেজবৰুৱাই। তেওঁ উল্লেখ কৰা অনুসৰি, গোটেই বছৰটোত ২৪ টা একাদশী থাকে। কাতি মাহৰ শুক্লপক্ষৰ একাদশীক কোৱা হয় দেবোত্থানী একাদশী। দেবোত্থানী একাদশীৰ বিশেষ মাহাত্ম্য থাকে। কিয়নো কোৱা হয়

মহানগৰীৰ বিৰুবাৰীত লোমহৰ্ষক হত্যাকাণ্ড; সুৰাৰ ৰাগিত সংঘটিত চাঞ্চল্যকৰ হত্যাকাণ্ড

মহানগৰীৰ বিৰুবাৰীত লোমহৰ্ষক হত্যাকাণ্ড; সুৰাৰ ৰাগিত সংঘটিত চাঞ্চল্যকৰ হত্যাকাণ্ড

কনিষ্ঠ ভাতৃৰ হাতত প্ৰাণ গ’ল জ্যেষ্ঠ ভাতৃৰ মহানগৰীৰ বিৰুবাৰীৰ ৰূপকোঁৱৰ পথত সোমবাৰে সংঘটিত হয় লোমহৰ্ষক হত্যাকাণ্ড। কনিষ্ঠ ভাতৃয়ে ছুৰীৰে হানি-খুচি হত্যা কৰিলে জ্যেষ্ঠ ভাতৃক ৷ উদ্থাপিত অভিযোগ অনুসৰি সুৰাৰ ৰাগীত মাতাল হৈ বিশ্বজিৎ সৰকাৰ নামৰ লোকজনে নিজৰেই জ্যেষ্ঠ ভাতৃ শংকৰ সৰকাৰক নৃশংসভাৱে হত্যা কৰে। ডিঙি আৰু পেটত উপৰ্যুপৰি আঘাতত তেজেৰে তুমৰলি হোৱা শংকৰ সৰকাৰক পৰিয়ালৰ লোকে

তিনিচুকীয়া-ডিব্ৰুগড় বাইপাছত দ’ খাৱৈত পৰিল বাহন, থিতাতে মৃত্যু শিশুসহ ৪ জনৰ

তিনিচুকীয়া-ডিব্ৰুগড় বাইপাছত দ’ খাৱৈত পৰিল বাহন, থিতাতে মৃত্যু শিশুসহ ৪ জনৰ

মঙলবাৰে পুৱাই আহিল এক দুঃখবৰ। সোমবাৰে নিশা তিনিচুকীয়াত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱাই ৪ জনকৈ লোকে। মৃতসকলৰ ভিতৰত আছে ৩ জনকৈ পুৰুষ আৰু এটি ৭ বছৰীয়া শিশু। এই দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে এগৰাকী মহিলাৰ। তিনিচুকীয়া বাইপাছত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি

পুত্ৰ পোহৰৰ জন্মদিন পতাৰ হেঁপাহ বুকুত সামৰিয়েই অজান দেশলৈ ডাঃ অনিন্দিতা পাটোৱাৰী

পুত্ৰ পোহৰৰ জন্মদিন পতাৰ হেঁপাহ বুকুত সামৰিয়েই অজান দেশলৈ ডাঃ অনিন্দিতা পাটোৱাৰী

পুত্ৰ পোহৰৰ জন্মদিন পতাৰ হেঁপাহ বুকুত সামৰিয়েই অজান দেশলৈ ডাঃ অনিন্দিতা পাটোৱাৰী, জটিল ৰোগৰ সৈতে যুঁজি যুঁজি অৱশেষত নিয়তিৰ ওচৰত মানিলে হাৰ জিএমচিএইচৰ চিকিৎসক ডাঃ অনিন্দিতা পাটোৱাৰীৰ বিয়োগত ৰাজ্যজুৰি পৰিছে শোকৰ ছাঁ। এবছৰীয়া পুত্ৰৰ প্ৰথমটো জন্মদিনতে মাতৃবিয়োগৰ এই ঘটনাই মৰ্মাহত কৰিছে পৰিয়ালৰ লগতে আত্মীয়-স্বজনক। ডাঃ অনিন্দিতা পাটোৱাৰীৰ একমাত্ৰ সন্তানটোৰ নাম

প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবে ভয়ংকৰ ঘটনা!

প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবে ভয়ংকৰ ঘটনা!

প্ৰথমে মানসিক নিৰ্যাতন তাৰ পিছত বন্ধুৰ সৈতে মিলি শাৰীৰিকভাৱে আক্ৰমণৰ অচেষ্টা কিশোৰীগৰাকীক। এই ঘটনাৰ পিছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি ৰঙিয়াৰ উদিয়ানাৰ বাহাৰুল ইছলাম হাইস্কুলৰ চৌহদ।   প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাই বাবেই এগৰাকী কিশোৰীৰ লগত সংঘটিত হ’ল ভয়ংকৰ ঘটনা। প্ৰথমে মানসিক নিৰ্যাতন তাৰ পিছত বন্ধুৰ সৈতে মিলি শাৰীৰিকভাৱে আক্ৰমণৰ অচেষ্টা কিশোৰীগৰাকীক।