2nd North East Social Work Conclave 2026 Held at KKHSOU, Strengthening Regional Collaboration in Social Development Guwahati, February 7, 2026: The 2nd North East Social Work Conclave 2026 was successfully held at Krishna Kanta Handiqui State Open University (KKHSOU), Guwahati, bringing together over 300 participants, including social work students, academicians,
Author: Desk Admin
৫৫ নং ধিং বিধানসভা সমষ্টিত আগন্তুক বিধানসভা নির্বাচন যিমানেই চমু চাপি আহিছে, সিমানেই ৰাজনৈতিক তৎপৰতা তীব্ৰ ৰূপ ধাৰণ কৰিছে। এই পৰিপ্ৰেক্ষিতত ৰাইজৰ দলেও সমষ্টিটোত দলীয় সংগঠন অধিক শক্তিশালী কৰি তুলিবলৈ ব্যাপক প্ৰচাৰ আৰু সভা-সমিতিৰ জৰিয়তে তৎপৰতা বৃদ্ধি কৰিছে। ঘৰে ঘৰে প্ৰচাৰ অভিযানৰ নেতৃত্ব দিছে ৰাইজৰ দলৰ মুখপাত্র তথা যুৱনেতা
গহপুৰৰ ধোপাবৰত ‘চোতালৰ ৰেঙণি’ অনুষ্ঠান সম্পন্ন গহপুৰ, ২৭ জানুৱাৰীঃ গাঁওসমূহৰ কণ কণ শিশুৰ মনৰ পৰা মঞ্চভীতি দূৰ কৰাৰ উদ্দেশ্যে চোতালকেই মঞ্চ হিচাপে গঢ়ি তোলাৰ এক অনন্য প্ৰয়াস হিচাপে পৰিচিত ‘চোতালৰ ৰেঙণি’ শীৰ্ষক অনুষ্ঠান গহপুৰৰ ধোপাবৰত সফলতাৰে সম্পন্ন হয়। গণতন্ত্ৰ দিৱস দিনাই অনুষ্ঠিত হোৱা এই অনুষ্ঠানে বিগত
অসম সেৱা সমিতিৰ উদ্যোগত গণৰাজ্য দিৱস উদযাপন সমগ্ৰ দেশৰ লগতে গুৱাহাটীৰ গোপীনাথ নগৰত অৱস্থিত অসম সেৱা সমিতিৰ কাৰ্যালয়তো ৭৭তম গণৰাজ্য দিৱস পৰম উৎসাহ আৰু দেশপ্ৰেমৰ মনোভাৱেৰে উদযাপন কৰা হয়। এই উপলক্ষে সংস্থাটোৰ সভানেত্ৰী ড° হেমপ্ৰভা শইকীয়াই জাতীয় পতাকা উৰুৱায়। পতাকা উৰুৱাৰ পিছত সভানেত্ৰীগৰাকীয়ে উপস্থিত সদস্যসকলক উদ্দেশ্য়ি গণৰাজ্য দিৱসৰ
শংকৰজ্যোতি বৰুৱা সহ আছু , আছা , আটছাৰ একাধিক নেতাৰ বিজেপিত যোগদান ৷ ৰাষ্ট্ৰবাদী চেতনাৰে উদ্বুদ্ধ হৈ কাম কৰি যাবলৈ আহ্বান সভাপতি দিলীপ শইকীয়াৰ ড° হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নৰ যাত্ৰাৰ অংশীদাৰ হবলৈ বিজেপিলৈ আহিছোঁ : শংকৰজ্যোতি বৰুৱা গুৱাহাটী : ২৪ জানুৱাৰী : ১৪.৫০ কোটি প্ৰাথমিক সদস্য আৰু