Author: Desk Admin

আজি এই ৰাশিৰ ভাল হ’ব আৰ্থিক উপাৰ্জন, বৃদ্ধি পাব ঘৰৰ সুখ-সমৃদ্ধি…..

আজি এই ৰাশিৰ ভাল হ’ব আৰ্থিক উপাৰ্জন, বৃদ্ধি পাব ঘৰৰ সুখ-সমৃদ্ধি…..

আজি ১৪ নৱেম্বৰ বৃহস্পতিবাৰ কন্যা ৰাশিৰ লোকৰ বাবে ধন উপাৰ্জনৰ দিন। আজি আপুনি ধন উপাৰ্জনৰ বহু উপায় বিচাৰি পাব। আজি আপোনাৰ প্ৰেম জীৱনত ৰোমাঞ্চৰ সৃষ্টি হ’ব। কুম্ভ ৰাশিৰ লোকৰ দিনটো সুখৰ হ’ব। আপোনাৰ ঘৰত সুখ আৰু সমৃদ্ধি বৃদ্ধি পাব। চাওক আজিৰ ৰাশিফল। মেষ ৰাশিঃ গণেশজীয়ে কৈছে যে আপুনি আপোনাৰ কামত

ধুবুৰীৰ গৌৰীপুৰৰ ডুমৰদহত যাত্ৰীবাহী বাছ আৰু ই-ৰিক্সাৰ মুখামুখি সংঘৰ্ষ…

ধুবুৰীৰ গৌৰীপুৰৰ ডুমৰদহত যাত্ৰীবাহী বাছ আৰু ই-ৰিক্সাৰ মুখামুখি সংঘৰ্ষ…

ধুবুৰীৰ দুমাৰদাহত উত্তপ্ত পৰিস্থিতি। দুৰ্ঘটনাত ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা। ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ক্ষোভিত ৰাইজৰ। ধুবুৰীৰ দুমাৰদাহত পুৱা প্ৰায় ৮.৩০ বজাত সংঘটিত হৈছিল ভয়ংকৰ পথ দুৰ্ঘটনা। যাত্ৰীবাহী বাছ আৰু ই-ৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষত থিতাতে মৃত্যু হৈছিল এজন স্কুলীয়া ছাত্ৰৰ। মৃত ছাত্ৰজনৰ নাম যতীন ৰায়। মহেশ চন্দ্ৰ একাডেমী হাইস্কুলৰ ছাত্ৰ আছিল

গুৱাহাটীৰ শ্ৰীমন্তপুৰত বুধবাৰে চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান!

গুৱাহাটীৰ শ্ৰীমন্তপুৰত বুধবাৰে চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান!

বেদখলকাৰীসকল হুচিয়াৰ! চৰকাৰী মাটি দখল কৰা মানেই বিপদ অনিবাৰ্য। কিয়নো, চৰকাৰী ভূমি দখল কৰিলেই বেদখলকাৰীৰ বাসগৃহত যিকোনো মুহূৰ্তত চলিব পাৰে উচ্ছেদ অভিযান। ঠিক তেনে এক অভিযান বুধবাৰে পৰিলক্ষিত হ’ল গুৱাহাটীৰ মাজমজিয়াত। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰেই গুৱাহাটী মহানগৰীতো বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে প্ৰশাসন। বুধবাৰে এফালে ৰাজ্যৰ ৫সমষ্টিত অনুষ্ঠিত হ’ল ভোটগ্ৰহণ।

ডিব্ৰুগড়ত মৰ্মান্তিক ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুই ভাতৃৰ

ডিব্ৰুগড়ত মৰ্মান্তিক ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুই ভাতৃৰ

ডিব্ৰুগড়ত মৰ্মান্তিক ঘটনা অগ্নিদগ্ধ হৈ মৃত্যু দুই ভাতৃৰ দীপাৱলীৰ নিশা দেৱানবাৰী গাঁৱত সংঘটিত হৈছিল অগ্নিকাণ্ডৰ ঘটনা দুই ভাতৃৰ বাৰ্বী ষ্টোৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জুই লাগিছিল জুই লগাৰ সময়ত ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি দোকানৰ ভিতৰত আছিল সংকটজনক অৱস্থাত দুয়োকে গুৱাহাটীৰ নেমকেয়াৰ চিকিৎসালয়লৈ অনা হৈছিল দেওবাৰে পাপু দাসৰ মৃত্যু হোৱাৰ পিছত আজি

উপ- নিৰ্বাচনৰ পূৰ্বে চামগুৰিত ১৬৩ ধাৰা, লগতে জাৰি বিভিন্ন নিষেধাজ্ঞা

উপ- নিৰ্বাচনৰ পূৰ্বে চামগুৰিত ১৬৩ ধাৰা, লগতে জাৰি বিভিন্ন নিষেধাজ্ঞা

কাইলৈ ৰাজ্যৰ ৫ টাকৈ সমষ্টিত অনুষ্ঠিত হব বিধানসভাৰ উপ- নিৰ্বাচন। নগাঁও জিলা দণ্ডাধীশে গ্ৰহণ কৰিছে এক বিশেষ সিদ্ধান্ত। নিৰ্বাচন সুকলমে চলাই নিয়াৰ বাবে আৰু শান্তি বৰ্তাই ৰখাৰ বাবে দণ্ডাধীশ গৰাকীয়ে এক নিৰ্দেশনা জাৰি কৰিছে। চামগুৰি সমষ্টিত বৃদ্ধি হোৱা নিৰ্বাচনকেন্দ্ৰিক সংঘাতৰ মাজতে নগাঁও জিলা দণ্ডাধীশে গ্ৰহণ কৰিছে এক বিশেষ সিদ্ধান্ত। নগাঁও