Author: Md Elias Ali
I am Md Elias Ali, I am the Managing Editor & Co-Founder of News portal Guwahati Times. I am also a technologist, social media expert, graphic designer, educator & author from Guwahati, Assam
New Security Adviser of Assam. He is West Bengal cadre IPS. Earlier Police Commissioner of Kolkata. And also served as DG ITBP.
প্ৰতিবাদত উত্তাল দিছপুৰ, কপিঁ উঠিল অসম বিধানসভাৰ চৌহদ। অসমীয়া জাতিক সংকটৰ পৰা উদ্ধাৰ কৰাৰ উদ্দেশ্যে ,উত্তাল ৰাজ্য। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে দিছপুৰত ৰাজপথত শুই প্ৰতিবাদ KMSS, AJYCPকে ধৰি ৭০ দল–সংগঠনৰ। গুৱাহাটীৰ পৰা দিপাঞ্জলী শৰ্মাৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।