Author: Jenifer

উত্তৰ-পূৰ্বাঞ্চলত মুকলি হ’ল টাটা মটৰ্ছৰ আইকনিক ফ্লেগছিপ SUV Safari

উত্তৰ-পূৰ্বাঞ্চলত মুকলি হ’ল টাটা মটৰ্ছৰ আইকনিক ফ্লেগছিপ SUV Safari

ভাৰতৰ আগশাৰীৰ অটোমোবাইল প্ৰতিষ্ঠান টাটাই উত্তৰ পূব বাসীৰ বাবে মুকলি কৰে প্ৰিমিয়াম ফ্লেগছিপ এছ ইউ ভি টাটা চাফাৰী । প্ৰাৰম্ভিক মূল্য হৈছে  ১৪.৬৯ লাখ টকা। টাটা মটৰ্ছৰ প্ৰিমিয়াম ফ্লেগছিপ এছ ইউ ভি টাটা চাফাৰী মডেলটোৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত মহানগৰীৰ কামাখ্যাস্থিত কামাখ্যা মটৰ্ছত। বাহনখনৰ শুভ উদ্বোধন কৰে জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষুৱে। উদ্বোধনী