Bollywood actor Vicky Kaushal relished his ‘Uri: The Surgical Strike’ memories by visiting the Uri Base Camp in Kashmir on Sunday. The ‘Raazi’ actor took to his Instagram account and shared the behind the scenes pictures from his visit to the Uri Base Camp. Through the post, the 32-year-old explained
Author: Jenifer
অকলেই দৌৰি স্বর্ণ পদক জয় কৰিলে ভাৰতৰ আগশাৰীৰ মহিলা এথলীট অসম কন্যা হিমা দাসে৷ পাটিয়ালাত শুকুৰবাৰে অনুষ্ঠিত ইণ্ডিয়ান গ্রাঁ–প্রি ৩ৰ মহিলাৰ ১০০ মিটাৰ দৌৰত স্বর্ণ পদক জয় কৰে হিমা দাসে৷ ১১.৬৭ ছেকেণ্ডত ১০০ মিটাৰ দৌৰ সম্পন্ন কৰি ধিং এক্সপ্রেছে কেৰিয়াৰশ্রেষ্ঠ প্রদর্শন দাঙি ধৰিবলৈ সক্ষম হয়৷ এই শাখাত কোনো এথলীটে ৰূপ
সমাগত বিধানসভা নির্বাচনত অগপই অকলে ২৬টা সমষ্টিত আৰু বিজেপিৰ সৈতে বন্ধুত্বপূর্ণভাৱে ৫টা সমষ্টিত প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ মিত্রতাকেন্দ্রিক বাদ–বিসম্বাদে চৰম ৰূপ লোৱাৰ পিছত আজি বন্ধুত্বপূর্ণ প্রতিদ্বন্দ্বিতাৰ সিদ্ধান্তৰ বিষয়ে সদৰী কৰে অগপৰ সভাপতি অতুল বৰাই৷ দিল্লীৰ পৰা আহি গুৱাহাটীত উপস্থিত হোৱাৰ পিছত তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে অসম গণ পৰিষদ যিহেতু মিত্রজোঁটত
কুইপ’ অইল এণ্ড গেছ ইনফ্রাষ্ট্রাকচাৰ লিমিটেডৰ দুই অপহূত বিষয়া–কর্মচাৰী প্রণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰৰ মুক্তিক লৈ শেহতীয়াকৈ উদ্ভৱ হোৱা জটিলতা অৱশেষত আঁতৰিল৷ কেইদিনমানৰ ভিতৰতে দুয়োকে সুৰক্ষিত স্থানত সু–স্বাস্থ্যৰে মোকলাই দিয়াৰ কথা ঘোষণা কৰিছে আলফা (স্বাধীন)–এ৷ ৰেৱতী ফুকনৰ পুত্র কৌশিক ফুকনৰ মধ্যস্থতাত আলফা (স্বাধীন)–এ অপহূতদ্বয়ক মুক্তি দিবলৈ সন্মত হোৱাৰ সময়তে
নিৰু বেদৰ জন্ম ১৯৭৮ চনৰ ২৫ নৱেম্বৰত মুম্বাইত হৈছিল। ৰক্ষণশীল পৰিয়ালৰ কন্যা নিৰুৱে শিশুকালৰ পৰাই গ্লেমাৰৰ পৃথিৱীত তাইৰ নাম প্ৰতিস্থা কৰাৰ সপোন দেখিছিল। কিন্তু তেওঁ বাৰে বাৰে বাধাৰ সন্মুখিন হৈছিল। বহু ঘাত-প্রতিঘাত পাছত আজি তেওঁ বলীউডৰ অন্যতম চর্চিত চৰিত্র। ইপিনে এইবাৰ তেওঁৰ জীৱনী প্ৰকাশ পাব জাভেদ আখতাৰৰ কলমেৰে। আজি যি