মৃতদেহৰ নাম শুনিলেই হয়টো বহুতৰে ভয়ত পেটতে হাতভৰি লুকাই।যদি তাতে দূৰ্ঘটনাত ছিন্ন-ভিন্ন মৃতদেহ নাইবা উৱলি যোৱা হয়, তেন্তে সেইটো আৰু ভয়ংকৰ।তেনে সময় হয়তো আপুনি দহ মিটাৰ দূৰৈত অৱস্থান ল’ব নাইবা
Author: Jenifer
এচিড আক্ৰমণৰ ঘটনাৰ দৰে ভয়ংকৰ ঘটনা সংঘটিত কৰা আক্ৰমণকাৰী অৱশেষত জালত পৰিল ডিব্ৰুগড় আৰক্ষীৰ।ভেলেণ্টাইন ডে দিনাৰ নিশা ডিব্ৰুগড় ৰাজপথত এচিদ ঢালি আক্ৰমণ কৰা অভিযুক্তক ডিব্ৰুগড় শান্তিপাড়া পৰা পুৱতি নিশা গ্ৰেপ্তাৰ
প্রহসনত পৰিণত হৈছে গুৱাহাটী পৌৰ নিগমৰ নলা নিষ্কাশন আঁচনি৷ গুৱাহাটী মহানগৰীক বানমুক্ত কৰাৰ লগতে পৰিষ্কাৰ–পৰিচ্ছন্ন প্রতি লক্ষ্য ৰাখি জিএমচি কর্তৃপক্ষই মহানগৰীৰ নলা–নর্দমা নিষ্কাশনৰ বাবে ৰাজকোষৰ ধন ব্যয় কৰি আহিছে যদিও
জলবায়ু আন্দোলনৰ কর্মী ছুইডিছ তৰুণী গ্রেটা থুনবার্গৰ টুলকিট গোচৰত দিল্লী আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে দিশা ৰাণী নামৰ ২২ বছৰীয়া যুৱতীগৰাকীক৷ বাংগালুৰুৰ পৰা দিশা ৰাণীক গ্রেপ্তাৰ কৰি আৰক্ষীয়ে ৫ দিনৰ বাবে যুৱতীগৰাকীক
বিশিষ্ট ফটো সাংবাদিক অনুপম নাথলৈ আগবঢ়োৱা হৈছে ২০২১ বর্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা৷ অনুপম নাথে ‘নীলাচল’ নামৰ সাপ্তাহিকখনত প্রথম ফটো সাংবাদিক হিচাপে ১৯৯৫ চনত কর্মজীৱন আৰম্ভ কৰিছিল৷ সেই সময়তে