বিহালী চাহ বাগিচাৰ ১৫ নং লাইনত সুৰাৰ বিৰুদ্ধে সজাগতা সভা…

বিহালী চাহ বাগিচাৰ ১৫ নং লাইনত সুৰাৰ বিৰুদ্ধে সজাগতা সভা…

আজি বিহালী চাহ বাগিচাৰ ১৫ নং লাইনত নাৰী নিযাতন সুৰাৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত হয়। গাওঁবাসীৰ উদ্যোগত বিশ্বনাথ জিলা ৱাৰিৱৰ্চৰ সহযোগত সুৰাৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত কৰা হয়। বিগত এমাহৰ ভিতৰত সেই অঞ্চলত সুৰখ প্ৰাণ কৰাৰ পৰিপ্ৰেক্ষিতত ২টা হত্যা কাণ্ড সংঘটিত হৈছিল ্দুখীয়ে শাস্ত্ৰী পাইছে। যাৰ বাবে আজি গাওঁবাসীয়ে এই সজাগতা সভা অনুস্থিত কৰে।বিশ্বনাথ জিলা ৱাৰিৱৰ্চৰ সভানেত্ৰী অঞ্জলী বৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰে কিৰণ ইংটিপীয়ে এই সভাত ৱাৰিৱৰ্চৰ শিয়ালমাৰী আঞ্চলিকৰ সভানেত্ৰী কিৰণ বেদি বিহালী আৰক্ষী থানাৰ এচ আই চিৰঞ্জীৱ দলে, সাংবাদিক ভুবন লুইটেল খগেন মটকআদি উপস্থিত থাকি সজাগতা ওপৰত বক্তব্য আগবঢ়ায়। অন্যহাতে বিভিন্ন দিশৰ সামৰি বক্তব্য আগবঢ়ায় সজাগ কৰে ৱাৰিৱৰ্চৰ জিলা সম্পাদক চিচিৰ চৰকাৰে।এই সভাত প্ৰায় দেৰ শতাধিক লোকে অংশ গ্ৰহণ কৰে।

বিশ্বনাথ ৰ পৰা কৰণ শইকীয়া ৰিপৰ্ট

Shahnawaz Hamza

Related