বিহালীৰ কিশোৰী নিৰুদ্দেশ: অভিযোগ দাখিল কৰা ১৫ দিন পিছতো সন্ধান লাভ কৰা নাই

বিহালীৰ কিশোৰী নিৰুদ্দেশ: অভিযোগ দাখিল কৰা ১৫ দিন পিছতো সন্ধান লাভ কৰা নাই

বিহালী বুৰৈগুৰীৰ কিশোৰী নিৰুদ্দেশৰ সন্দৰ্ভত অভিযোগ দাখিল কৰা ১৫ দিন অতিক্ৰম কৰিলে, সন্ধান লাভ কৰা নাই কিশোৰীৰ আজি পিতৃৰ প্ৰতিক্ৰিয়া প্ৰকাশ সাংবাদিকৰ আগত

বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বুৰৈগুৰী এগৰাকী ১৫ বছৰীয়া কিশোৰীক এগৰাকী মহিলাই গুজৰাট ৰখাৰ সন্দৰ্ভত কিশোৰীৰ পিতৃ গজেন সোনাৰীয়ে বিহালী আৰক্ষী থানাত অভিযোগ দাখিল কৰাৰ পিছত সেই অভিযোগত এগৰাকী মহিলাক আটক কৰিছিল আৰু মহিলা গৰাকয়ে কিশোৰক ১০ ভিতৰত আনিদিয়াৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু যোৱা ২৩ জুনত অভিযোগ দাখিল কৰিছিল ১৭ দিন অতিক্ৰম কৰিলে আজিও সন্ধান লাভ নকৰাত চিন্তিত হৈ আহিছে কিশোৰীৰ পিতৃ মাতৃ।সেইহে আজি কিশোৰৰ পিতৃ পুনৰ বিহালী আৰক্ষৰ কাষ চাপিছে আৰু সাংবাদিকৰ আগত এই দৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিশ্বনাথ ৰ পৰা কৰণ শইকীয়া, Guwahati times.

GTM Desk

Related