পুৱাই খাওঁক জিৰা জল, চাওঁক উপকাৰিতা

পুৱাই খাওঁক জিৰা জল, চাওঁক উপকাৰিতা

১। কেল’ৰী কম
২। হজমত সহায় কৰে
৩। শৰীৰৰ বিপাক হাৰ বঢ়ায়
৪। শৰীৰক বিভিন্ন বিষাক্ত উপাদানৰ পৰা ৰক্ষা কৰে
৫। প্রদাহ নির্মূল কৰে
৬। ৰোগ প্রতিৰোধ ক্ষমতা বঢ়ায়
কেনেকৈ তৈয়াৰ কৰিব জিৰাৰ পানী?
উপকৰণ: অলপ জিৰা, পানী
প্রণালী: এটা কাপত পানী দি জিৰাখিনি তিঁয়াই ৰাখিব। কিছু সময় পাছত জিৰাখিনি চেকি ল’ব। ভিজা জিৰাত গৰম পানী ঢালি দিয়ক। ইমান দেৰি তিতি থকাৰ পাচত জিৰাখিনি ফুলি ওঠিব তথা বায়োঅক্টিভ উপাদান নির্গত কৰিব, যিখিনি পানীত মিহলি হৈ যায়। এইবাৰ পানী কিছু ঠাণ্ডা হৈ আহিলে সেই পানী খাব পাৰে।

Shahnawaz Hamza

Related