14.6 C
Assam
Saturday, December 10, 2022

Featured News

Guwahati’s first CNG filling station to come up in Betkuchi

The Construction of Guwahati's first Compressed Natural...

চাহ সেৱনৰ সুফল কি কি জানেনে?

Assamese Newsচাহ সেৱনৰ সুফল কি কি জানেনে?

(২) চাহত কম পৰিমাণে কেফাইন থাকে বাবে শৰীৰৰ কোনো ক্ষতি নকৰে ৷

(৩) চাহে হার্ট এটেক আৰু ষ্ট্র’ক বেমাৰৰ পৰা হাত সৰাত সহায় কৰে ৷

(৪) চাহে শৰীৰৰ হাড টান আৰু মজবুত কৰাত সহায় কৰে ৷

(৫) চাহে মিঠা হাঁহি মৰাত সহায় কৰে৷ চাহত থকা ফ্ল’ৰাইড আৰু টেনিনে দদাতৰ প্লেক বেমাৰ হোৱাত বাধা দিয়ে৷ গতিকে দদাতকেইটা ভালে থাকিলে হাঁহিবলৈ সুবিধা হয়৷ লিকাৰ চাহৰ ক্ষেত্রতহে এই উপকাৰিতা৷ গাখীৰ, চেনিযুক্ত চাহে এই সুবিধা নিদিয়ে ৷

(৬) চাহ সেৱন কৰা মানুহৰ শৰীৰত এণ্টিক্সিডেণ্ট থাকে বাবে যিকোনো বেমাৰে সহজে আক্রমণ কৰিব নোৱাৰে ৷

(৭) চাহত থকা ‘পলিফেনলছ’ নামৰ এণ্টিক্সিডেণ্টৰ বাবে কেঞ্চাৰ বেমাৰক বাধা দিয়ে ৷

(৮) চাহে মানুহৰ শৰীৰৰ আর্দ্রতা বজাই ৰখাত সহায় কৰে৷ গতিকে চাহ খোৱাৰ ফলত আমাৰ শৰীৰত প্রয়োজন হোৱা পানীয়ৰ সমতা বজাই ৰখাত সহায়ক হয় ৷

(৯) চাহ কেলৰিযুক্ত, গতিকে কম কেলৰিযুক্ত পানীয়ৰ ভিতৰত চাহক ধৰিব পাৰি, যদিহে চাহকাপত চেনি আৰু গাখীৰ মিহলোৱা নহয় ৷

(১০) চাহে শৰীৰৰ মেটাবলিজমত সহায় কৰে৷ যিসকল মানুহৰ মেটাবলিজম লাহে লাহে হয় আৰু তাৰ বাবে ওজন কমাবলৈ অসুবিধা হয়, এইক্ষেত্রত চাহ খোৱা মানুহৰ কম অসুবিধা হয় ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: