বিশ্ব ৰেকৰ্ডৰ পিছত দুই ৰাষ্ট্ৰত জিলিকিব অসমৰ বিহু

1 min read

-বিশ্ব ৰেকৰ্ডৰ পিছত দুই ৰাষ্ট্ৰত জিলিকিব অসমৰ বিহু
-তুৰ্কমেনিস্তান আৰু আজাবাইজানত জিলিকিব বিহু
-দুখনকৈ ৰাষ্ট্ৰত পৰিৱেশনৰ বাবে সাজু গন্ধৰ্ব কলাকেন্দ্ৰ
-বিহু সম্ৰাজ্ঞী ড্ৰিমলী গগৈৰ নেতৃত্বত ৮জনীয়া দলটো
-দলটোত আছে বিপ্লৱ গগৈ, তন্ময় দাস, কৰুণা বৰা
-দিপশিখা ভূঞা, বন্দিতা ডেকা, দীক্ষিতা বৰা, প্ৰলাক্ষী বৈশ্য

You May Also Like

More From Author