মেজিৰ তাপ লৈ অসমবাসীক ভোগালীৰ শুভেচ্ছা দিলে বৰষাই

মেজিৰ তাপ লৈ অসমবাসীক ভোগালীৰ শুভেচ্ছা দিলে বৰষাই

সমগ্ৰ ৰাজ্য আজি ভোগালী বিহুৰ আনন্দ-উলাহত মচগুল হৈ আছে। অসমৰ ছবি আৰু সংগীত জগতৰ তাৰকাসকলেও আজি পুৱাতেই মেজি জ্বলাই অগ্নি দেৱক সেৱা জনাই অসম অৰু অসমীয়াৰ মংগল কামনা কৰে। অভিনেত্ৰী বৰষা ৰাণী বিষয়াই স্বামী ভাস্কৰৰ সৈতে মেজি জ্বলাই মাঘৰ বিহু উদযাপন কৰে। মেজিৰ জুইৰ তাপ লৈ অসমবাসীক মাঘ বিহুৰ শুভেচ্ছা জনায় বৰষা ৰাণী বিষয়াই।

 

Md Elias Ali

I am Md Elias Ali, I am the Managing Editor & Co-Founder of News portal Guwahati Times. I am also a technologist, social media expert, graphic designer, educator & author from Guwahati, Assam