মটৰ চাইকেলৰ খুন্দাত থিতাতে নিহত চাইকেল আৰোহী । – Guwahati Times
January 6, 2020

মটৰ চাইকেলৰ খুন্দাত থিতাতে নিহত চাইকেল আৰোহী ।

Orang Jan 6: ৰবিবাৰে বিয়লি ৭’৩০ মান বজাত ওৰাঙৰ বগৰীবাৰিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা ।

তীব্ৰবেগী মটৰ চাইকেলৰ খুন্দাত থিতাতে নিহত চাইকেল আৰোহী ।

নিহত চাইকেল আৰোহী জনৰ নাম পৰেশ মাহাতু। নিহত পৰেশ মাহাতুৰ ঘৰ ওৰাঙৰ চমুৱা গাৱঁত বুলি জানিব পৰা গৈছে । দুৰ্ঘটনা সংঘটিত কৰা মটৰ চাইকেল খনৰ নম্বৰ AS-13J-7554.

error: Content is protected !!