বিহালী আৰক্ষীৰ নাকিচেকিঙত বুৰৈঘাটত পুণৰ পাচখন গৰু ভৰ্তি বাহন সহ জব্দ

বিহালী আৰক্ষীৰ নাকিচেকিঙত বুৰৈঘাটত পুণৰ পাচখন গৰু ভৰ্তি বাহন সহ জব্দ

বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বুৰৈঘাটত পুনৰ বিহালী আৰক্ষীৰ নাকিচেকিঙত গৰু ভৰ্তি পাচখন বাহন জব্দ। উল্লেখ্য বিগত সময়ত বিহালীত ২ শতাধিক গৰু সহ বাহন জব্দ কৰিবলৈ সক্ষম হৈছিল বিহালী আৰক্ষী। তথ্য মতে আজি বিহালী বুৰৈঘাটত বিহালী আৰক্ষীৰ নাকিচেকিঙত পুৱা ৮ মান বজাত জোনাইৰ পবা বাঘমাৰীলৈ আনি থকা অৱস্থাত পাচখন বলে’ৰ পিক আপ বাহন ৮ জন লোক সহ সৰ্বমুঠ ৩২ টা গৰু জব্দ কৰে যদিও এটা গৰু মৃত অৱস্থাত লাভ কৰে আৰক্ষীয়ে । এই পাচখন বাহনৰ নম্বৰ ASO7 BC 4311 .AS22C 9361.AS07 BC 7020.AS22 C 9042 . আন এখনৰ নম্বৰ বিহীন। বৰ্তমান বিশ্বনাথ আৰক্ষীৰ অপৰাধ শাখাৰ উপ আৰক্ষী অধীক্ষক অমৃত হোজাই।

বিশ্বনাথ ৰ পৰা কৰণ শইকীয়াৰ ৰিপ’ৰ্ট

GTM Desk

Related