BJP Election campaining starts in Gohpur.

BJP Election campaining starts in Gohpur.

গহপুৰত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ |

ৰাজ্যৰ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ মাজত ব্যাপক তৎপৰতা আৰম্ভ হৈছে । গহপুৰৰ বিধায়ক উৎপল বৰাৰ উপস্থিতিত আজি টকৌবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত টকৌবাৰী চেন্টাৰ প্ৰাংগনত ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনী কাৰ্যালয় উন্মোচন কৰাৰ লগতে গহপুৰৰ প্ৰথমখন নিৰ্বাচনী সভা আয়োজন কৰে । এই সভাত কংগ্ৰেছৰ প্ৰায় শতাধিক কৰ্মীয়ে বিজেপিত যোগদান কৰে। বহু সংখ্যক লোকৰ সমাগমেৰে আয়োজিত এই নিৰ্বাচনী সভাত বিধায়ক গৰাকীয়ে কংগ্ৰেছক দুৰ্নীতি স্ৰষ্টা বুলি উল্লেখ কৰি কংগ্ৰেছক বৰ্জনৰ আহ্বান জনাই। উল্লেখযোগ্য যে অহা ৫ ডিচেম্বৰত হব গহপুৰত পঞ্চায়ত নিৰ্বাচন ।

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.