উৎকোচ লৈ বঙাইগাঁৱত গ্ৰেপ্তাৰ আৰক্ষী কনিষ্টবল পংকজ দাস

উৎকোচ লৈ বঙাইগাঁৱত গ্ৰেপ্তাৰ আৰক্ষী কনিষ্টবল পংকজ দাস

এইবাৰ উৎকোচ লৈ বঙাইগাঁৱত গ্ৰেপ্তাৰ আৰক্ষী কনিষ্টবল। কনিষ্টবল পংকজ দাসক গ্ৰেপ্তাৰ আৰক্ষীৰ। লেটিংছিঙা আৰক্ষী চকীত কৰ্মৰত আছিল পংকজ দাস। পংকজ দাসৰ বিৰুদ্ধে যান-বাহনৰ তালাচীৰ নামত ধন দাবীৰ অভিযোগ। একাংশ ছাত্ৰৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কনিষ্টবল জনক। পংকজ দাসক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ।

Shahnawaz Hamza