• অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজক বিদেশ ভ্ৰমণৰ অনুমতি দিল্লী আদালতৰ
  • আদালতৰ পূৰ্ব অনুমতি অবিহনে বিদেশ ভ্ৰমণ কৰিব পাৰিব অভিনেত্ৰীগৰাকীয়ে
  • প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰৰ ২০০ কোটিৰ সৰবৰাহত জড়িত থকাৰ অভিযোগত আদালতে অনুমতি অবিহনে বিদেশ ভ্ৰমণ বাধা প্ৰদান কৰিছিল অভিনেত্ৰীগৰাকীক