24.7 C
Assam
Monday, November 28, 2022

Featured News

নগাঁৱৰ জামুগুৰি দঘাট চুবুৰীৰ ২৪০ বছৰীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱস

নগাঁৱৰ জামুগুৰি দঘাট চুবুৰীৰ ২৪০ বছৰীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱস

15-year-old government vehicles will be scrapped: Nitin Gadkari

Union minister Nitin Gadkari today (November 25)...

কেঁচা পনীৰ খালে হয় এই চাৰিটা লাভ, নিয়ন্ত্ৰণত থাকে ওজন!

পনীৰ ভাৰতীয়সকলৰ প্ৰিয় ব্যঞ্জনবোৰৰ ভিতৰত অন্যতম। পনীৰ...

বিজেপিত যোগদানৰ বাবে ধনৰ লেনদেন বিপিএফৰ প্ৰাক্তন নেতাৰ: হাগ্ৰামা

Assamese Newsবিজেপিত যোগদানৰ বাবে ধনৰ লেনদেন বিপিএফৰ প্ৰাক্তন নেতাৰ: হাগ্ৰামা

 বিটিআৰৰ বনৰগাঁও আৰু সুবাইঝাৰ সমষ্টিৰ পৰিষদীয় সদস্য তথা বিপিএফৰ প্ৰাক্তন নেতা ক্ৰমে ৰাজীৱ ব্ৰহ্ম আৰু প্ৰভাত বসুমতাৰীয়ে বৃহৎ ধন দি বিজেপিত যোগদান কৰিছে ৷ এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে বিপিএফৰ সভাপতি তথা বিটিআৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে ৷

যাৰ পৰিপেক্ষিতত বিজেপিৰ পৰা গুৰুত্ব নাপাই ৰাজীৱ ব্ৰহ্মই দলটোৰে এগৰাকী কৰ্মীক ৪০ লাখ টকা দি পাৰিষদ দ্বয়ে বিজেপিত যোগদান কৰিছে বুলি অভিযোগ কৰে মহিলাৰীয়ে ৷ তেওঁ লগতে কয়, দুটা কিস্তিত ধন আদায় কৰিছিল ৰাজীৱ ব্ৰহ্মই ৷

ইপিনে, মিত্ৰতা সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে আকৌ কয় যে, মিত্ৰতা সন্দৰ্ভত বিজেপিৰ সৈতে আলোচনা সম্পূৰ্ণ হৈছে ৷ এতিয়া কেৱল বিজেপিৰ ফালৰ পৰা আনুষ্ঠানিক ঘোষণাহে বাকী ৷ আনপিনে উপ-নিৰ্বাচনত বিপিএফে ভবানীপুৰ সমষ্টিত বিজেপিক সমৰ্থন কৰিব বুলি সদৰী কৰাৰ বিপৰীতে গোসাইগাঁও সমষ্টিত বিপিএফৰ জয় নিশ্চিত বুলি দাবী কৰে ৰাজীৱ মহিলাৰীয়ে ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: