Category: Assamese News

নগাওঁ টাউনৰ শইকীয়া পৰিয়াল

নগাওঁ টাউনৰ শইকীয়া পৰিয়াল

লেখক : মহম্মদ তালহা আমিন বৰুৱা শইকীয়া পৰিয়ালটো বৰ্তমানৰ নগাঁও জিলাত বসবাস কৰা আহোম মুছলমানৰ ঘৰ আছিল। এই পৰিয়ালটোৱেই আছিল অসমত আনকি সমগ্ৰ উত্তৰ-পূৱ অঞ্চলতো অস্তিত্ব লাভ কৰা ব্যৱসায়িক বংশৰ আটাইতকৈ প্ৰভাৱশালী বংশ। শইকীয়া বংশই ১৮ শতিকাৰ ভিতৰত অসমত আহোম শাসনৰ সময়ৰ পৰা আৰম্ভ কৰি ভাৰতৰ ইতিহাসত অসীম অৰিহণা যোগাইছে,

পত্নীৰ সম্পত্তিৰ লোভত হত্যাৰ অপচেষ্টা – গোঁসাইগাঁৱত স্বামীৰ নাৰকীয় কাণ্ড।

পত্নীৰ সম্পত্তিৰ লোভত হত্যাৰ অপচেষ্টা – গোঁসাইগাঁৱত স্বামীৰ নাৰকীয় কাণ্ড।

গোঁসাইগাঁও মহকুমাৰ পদ্মবিলত সংঘটিত হৈছে এটি শ্ৰুতিহীন নাৰী নিৰ্যাতনৰ ঘটনা, য’ত এজন স্বামীয়ে পত্নীৰ সম্পত্তিৰ লোভত নৃশংস আক্ৰমণ চলাই মৃত্যুৰ দুৱাৰত উপনীত কৰিছে। স্বামীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা মহিলাগৰাকীক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। আক্ৰমণৰ মূল অভিযুক্ত সাহজামাল শেখ নামৰ ব্যক্তি জন গোঁসাইগাঁও মহকুমাৰ

নগাঁও ননৈত মৃতদেহ উদ্ধাৰ

নগাঁও ননৈত মৃতদেহ উদ্ধাৰ

অৱশেষত উদ্ধাৰ হল নগাঁৱৰ কঠিয়াতলীত নিৰুদ্দেশ হোৱা যুৱকজন । নগাঁও ননৈৰ ননৈ নদীত মৃত অৱস্থাত উদ্ধাৰ কঠীয়াতলিৰ আবুল হুছেইন ।উল্লেখ যে ১১ জুনৰ বিয়লি নিজৰ পালচাৰ বাহন সহ নিৰুদ্দেশ হৈ আছিল আবুল হুছেইন নামৰ এজন যুৱক । ৮ দিন ধৰি কোনো সন্ধান লাভ নকৰা যুৱকজনৰ মৃতদেহ ননৈ ননৈত উদ্ধাৰ হোৱা

চৰাইদেউত পিতৃ পুৰুষ চাওলুং চ্যুকাফাৰ মৈদামত হ’ব এক বৃহৎ প্ৰকল্প

চৰাইদেউত পিতৃ পুৰুষ চাওলুং চ্যুকাফাৰ মৈদামত হ’ব এক বৃহৎ প্ৰকল্প

🔹চৰাইদেউত পিতৃ পুৰুষ চাওলুং চ্যুকাফাৰ মৈদামত হ’ব এক বৃহৎ প্ৰকল্প 🔹৫০০ বিঘা ভূমিক সামৰি হ’ব এই প্ৰকল্প 🔹মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন টাই আহোম উন্নয়ন পৰিষদৰ 🔹সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ 🔹মৈদাম বেদখল মুক্ত কৰাৰ বাবে গৌৰৱ গগৈয়ে গ্ৰহণ নকৰিলে কোনো পদক্ষেপ 🔹কেবল নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ

তেজপুৰত মাটিৰ দালালৰ বিৰুদ্ধে Spot Action মন্ত্ৰী পীযুষ হাজৰীকাৰ

তেজপুৰত মাটিৰ দালালৰ বিৰুদ্ধে Spot Action মন্ত্ৰী পীযুষ হাজৰীকাৰ

৯০ বছৰীয়া ককাৰ অভিযোগৰ পিছতেই মাটিৰ দালালৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ জিলা আয়ুক্তক নিৰ্দেশ মন্ত্ৰী হাজৰীকাৰ… তেজপুৰত মাটিৰ দালালৰ বিৰুদ্ধে Spot Action মুডত মন্ত্ৰী পীযুষ হাজৰীকা। ‘কোন ৰাজা বাবু? আজিয়েই উঠাই লৈ আহক’ বুলি জিলা আয়ুক্তক আজি কঠোৰ নিৰ্দেশ মন্ত্ৰী পীযুষ হাজৰীকাৰ। ৯০ বছৰীয়া এগৰাকী অসহায় ককাৰ অভিযোগৰ পিছতেই আজি তেজপুৰত