এৰি দিয়া হৈছে দৈয়াং বান্ধৰ পানী! NEEPCO কৰ্তৃপক্ষই জনোৱা মতে, আজি পুৱা ৬ বজাত দৈয়াং বান্ধৰ ৰিজাৰ্ভাৰৰ পানীৰ স্তৰ ৩২২.০০ মিটাৰ পোৱা গৈছে। গতিকে আজি পুৱা ১০ বজাত ৰিজাৰ্ভাৰৰ ১নং গেট ২৫ চেণ্টিমিটাৰ মুকলি কৰা হয়। দিনৰ ১২ বজাত ৰিজাৰ্ভাৰৰ পানীৰ স্তৰ ৩২২.৪০ মিটাৰ পোৱা গৈছে আৰু গেট খোলাৰ উচ্চতা
Category: Assamese News
নিবনুৱাৰ সংখ্যা বৃদ্ধিয়ে মন্দাৱস্থাৰ দিশলৈ ঠেলি দিছে আমেৰিকাৰ অৰ্থনীতি। শুকুৰবাৰে মুকলি কৰা তথ্য মতে জুলাই মাহত ৪.৩ শতাংশলৈ বৃদ্ধি পাইছে আমেৰিকাত নিৱনুৱাৰ সংখ্যা। সেই তথ্য ৰাজহুৱা হোৱাৰ পাছতে বিশ্বৰ শ্বেয়াৰ বজাৰত বৃহৎ পতন। ১১ জুলাইত ৪২৪২৬.৭৭ পইণ্টেৰে সৰ্বকালৰ শিখৰ চোৱা জাপানৰ Nikkei 225 ইনডেক্স সোমবাৰে নামিল ৩১১৫৬.১২ পইণ্টলৈ। ১৯৮৭ চনৰ
ইৰাণ-ইজৰাইলত পুনৰ উত্তেজ*নামূলক পৰিস্থিতি। ইজৰাইলৰ ওপৰত আজি আক্ৰ*মণ কৰিব পাৰে ইৰাণে। G7 দেশসমূহক সতৰ্কবাণী আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব এণ্টনি ব্লিংকেনৰ। বেঞ্জামিন নেতান্যাহুৰ নেতৃত্বাধীন চৰকাৰে ইৰাণৰ আক্ৰমণ প্ৰতিৰোধ কৰিব পৰাকৈ প্ৰাৰম্ভিক আক্ৰমণৰ অনুমোদন দিয়াৰ সম্ভাৱনা।
ডাৱৰ বিস্ফোৰণত এইপৰ্যন্ত ১৩ গৰাকী লোকৰ মৃত্যু। এতিয়াও সন্ধানহীন ৪০ গৰাকীতকৈ অধিক লোক। পূৰ্ণগতিত অব্যাহত আছে সেনা, NDRF বাহিনীৰ উদ্ধাৰ অভিযান।
ভূপেন বৰাৰ বাসগৃহত ডুমডুমা সমষ্টিৰ বিজেপিৰ প্ৰাক্তন বিধায়ক দিলীপ মৰাণ। শীঘ্ৰেই কংগ্ৰেছত যোগদানৰ সম্ভাৱনা দিলীপ মৰাণৰ।