Category: Assamese News

বিপদত গুৱাহাটীৰ এজন চিকিৎসক: চাইবাৰ চক্রই লুটিলে ২কোটি টকা

বিপদত গুৱাহাটীৰ এজন চিকিৎসক: চাইবাৰ চক্রই লুটিলে ২কোটি টকা

শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগ কৰি বিপদত পৰিছে গুৱাহাটীৰ এজন চিকিৎ‍সক। এটা চাইবাৰ চক্রই চিকিৎ‍সকজনৰ পৰা লুটিলে ২কোটি টকা। ফেচবুকত পোৱা লিংক ক্লিক কৰি চিকিৎ‍সকজনে হেৰুৱালে কোটি টকা। ফেচবুকৰ লিংক মতেই টেলিগ্রাম এপৰ গ্রুপত সংযুক্ত হৈছিল ভুক্তভোগী চিকিৎ‍সকজন। এপটোৰ জৰিয়তে শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগৰ পৰামৰ্শ লৈছিল। উল্লেখযোগ্য যে চিকিৎ‍সকজন ৩মাহ ধৰি

ৰূপসী বিমান বন্দৰৰ নাম সলনি কৰা সিদ্ধান্তৰ বিৰোধিতা ৮ টা সংগঠনৰ…

ৰূপসী বিমান বন্দৰৰ নাম সলনি কৰা সিদ্ধান্তৰ বিৰোধিতা ৮ টা সংগঠনৰ…

অসম চৰকাৰে কেবিনেটত ৰূপসী বিমান বন্দৰৰ নাম সলনি কৰি কালিচৰণ ব্ৰহ্ম নামেৰে নামাকৰণ কৰা সিদ্ধান্তৰ বিৰোধিতা কৰিছে আক্ৰাছুৰ লগতে প্ৰায় ৮ টাকৈ সংগঠনে। উল্লেখ্য যে, কোচ ৰাজবংশী সম্প্ৰদায়ৰ জমিদাৰ লোকে দান কৰা ভূমিত নিৰ্মাণ কৰা হৈছে ৰূপসী বিমান বন্দৰটো। জমিদাৰৰ পত্নী ৰূপহী হোৱা বাবে বিমান বন্দৰটোৰ নাম ৰূপসী ৰখা হৈছিল।

উত্তৰাখণ্ডত প্ৰকৃতিৰ ৰুষ্ট ৰূপঃ ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত নিহত ১১ জন

উত্তৰাখণ্ডত প্ৰকৃতিৰ ৰুষ্ট ৰূপঃ ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত নিহত ১১ জন

উত্তৰাখণ্ডত ৰুষ্ট প্ৰকৃতি। ৰাজ্যখনত ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। কেইবাটাও অঞ্চলত চলাইছে ব্যাপক ধ্বংসলীলা। জানিব পৰা মতে, এই দুৰ্ঘটনাত এই পৰ্যন্ত ১১ গৰাকীৰ মৃত্যু হোৱা লগতে আৱদ্ধ হৈ আছে ১৫০০ তকৈ অধিক লোক। বুধবাৰে কেদাৰ উপত্যকাৰ লিনচোলিৰ সমীপৰ জাংগলচাট্টিত ধাৰাসাৰ বৰষুণ আৰু ডাৱৰ বিস্ফোৰণ হয়। ফলত ৰামবাৰা

৮ বছৰত ৰাইজৰ এবাৰো খবৰ নোলোৱাৰ গুৰুতৰ অভিযোগ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ বিৰুদ্ধে…

৮ বছৰত ৰাইজৰ এবাৰো খবৰ নোলোৱাৰ গুৰুতৰ অভিযোগ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ বিৰুদ্ধে…

হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ বিৰুদ্ধে শুকুৰবাৰে তীব্ৰ ক্ষোভ উজাৰিলে অঞ্চল বাসীয়ে। বুল্লট দক্ষিণ শিঙৰা,নলবাৰী সংযোগী পথৰ দুৰৱস্থা দেখি বিধায়িকা সুমন হৰিপ্ৰিয়াৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে ৰাইজ। ৰাইজৰ ভাষ্য অনুসৰি বিগত ৮ বছৰত এবাৰো ৰাইজৰ খবৰ লোৱা নাই বিধায়িকা গৰাকীয়ে। উল্লেখযোগ্য যে, এই পথছোৱা কামৰূপ নলবাৰী সংযোগী এক মাত্ৰ পথ। বছৰৰ

তেজপুৰৰ বিহগুৰিত ৰাছেল ভাইপাৰ উদ্ধাৰ

তেজপুৰৰ বিহগুৰিত ৰাছেল ভাইপাৰ উদ্ধাৰ

তেজপুৰৰ বিহুগুৰীত আজি এবিধ অতি বিষাক্ত সাপ ৰাছেল ভাইপাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় সৰ্পবান্ধৱ সৌৰভ বৰকটকীয়ে ৷ সাপটো উদ্ধাৰ কৰি বন বিভাগক চমজাই দিয়ে। আজি পুৱা বিহুগুৰীৰ সেনা চাউনিৰ কাষৰ এখন পথাৰত ধ্ৰুৱজ্যোতি বৰুৱা নামৰ লোকজনে প্ৰথম প্ৰত্যক্ষ কৰে সাপটো। পৰৱৰ্তী সময়ত বৰকটকীয়ে সাপটো ৰাছেল ভাইপাৰ বুলি চিনাক্ত কৰে আৰু