Category: Assamese News

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে প্ৰাক্তন মন্ত্ৰী হাজী আব্দুৰ ৰোফ চৌধুৰী আৰু পত্নীক

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে প্ৰাক্তন মন্ত্ৰী হাজী আব্দুৰ ৰোফ চৌধুৰী আৰু পত্নীক

প্ৰাক্তন মন্ত্ৰীৰ বাসগৃহত বনকৰা শিশুক অকথ্য নিৰ্যাতন। হোজাইৰ প্ৰাক্তন মন্ত্ৰী হাজী আব্দুৰ ৰোফ চৌধুৰীৰ পত্নীয়ে তেওঁৰ সন্মুখতে বনকৰা শিশুক চলাইছিল নিৰ্যাতন। চৌধুৰীৰ হোজাই গোপাল নগৰত থকা বাসগৃহত তেওঁৰ পত্নীয়ে চলাইছিল

গুৱাহাটী: নুনমাটিত মহিলাৰ আত্মহত্যা

গুৱাহাটী: নুনমাটিত মহিলাৰ আত্মহত্যা

 গুৱাহাটী মহানগৰীৰ নুনমাটিৰ বিষ্ণু ৰাভা নগৰ অঞ্চলত শুকুৰবাৰে এগৰাকী মহিলাই ভাড়াঘৰত চিপ লৈ আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। আত্মহননৰ পথ বাছি লোৱা মহিলাগৰাকী সৰস্বতী দেৱী (৪৮) বুলি জানিব পৰা

“সমষ্টি পুন: নিৰ্ধাৰণৰ খচৰাত সংখ্যালঘুক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ”: আমছু

“সমষ্টি পুন: নিৰ্ধাৰণৰ খচৰাত সংখ্যালঘুক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ”: আমছু

সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে প্ৰস্তুত কৰা খচৰাত এটা সংখ্যালঘু খিলঞ্জীয়া জনগোষ্ঠীক টাৰ্গেট কৰা হৈছে ৷ এই খচৰাখনৰ জৰিয়তে সংখ্যালঘু লোকসকলক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে বৰ্তমান চৰকাৰখনে ৷ শুকুৰবাৰে গোলাঘাটত এক

শিলসাঁকো বিলত দুষ্প্ৰাপ্য কাছ উদ্ধাৰ…

শিলসাঁকো বিলত দুষ্প্ৰাপ্য কাছ উদ্ধাৰ…

মহানগৰীৰ শিলসাঁকো বিলত আজি এটি দুষ্প্ৰাপ্য কাছ উদ্ধাৰ কৰিছে স্থানীয় ৰাইজে। জানিব পৰা মতে, শিলসাঁকোৰ জলাশয়ৰ পৰা উদ্ধাৰ হোৱা কাছটো একাংশ লোকে খোৱাৰ উদ্দেশ্যে নিয়াৰ সময়তে প্ৰকৃতিপ্ৰেমী প্ৰতাপ মজুমদাৰক খবৰ

ৱেষ্ট ইণ্ডিৰ বিৰুদ্ধে পূৰ্ণাংগ শৃংখলা খেলাৰ বাবে বি চি চি আয়ে (BCCI) য়ে ভাৰতীয় ক্ৰিকেট দলটো ঘোষণা কৰিছে

ৱেষ্ট ইণ্ডিৰ বিৰুদ্ধে পূৰ্ণাংগ শৃংখলা খেলাৰ বাবে বি চি চি আয়ে (BCCI) য়ে ভাৰতীয় ক্ৰিকেট দলটো ঘোষণা কৰিছে

অহা জুলাই মাহত টেষ্ট,এদিনীয়া আৰু টি-২০ আন্তৰ্জাতিক মেচ খেলাৰ উদ্দেশ্যে ৱেষ্ট ইণ্ডিজ ভ্ৰমণলৈ যাব ভাৰতীয় ক্ৰিকেট দলটো। ৱেষ্ট ইণ্ডিজ-ভাৰতৰ মাজত অনুষ্ঠিত হ’ব ২ টেষ্ট,৩খন এদিনীয়া আৰু ৫খন টি-২০ আন্তৰ্জাতিক মেচ।