সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে প্ৰস্তুত কৰা খচৰাত এটা সংখ্যালঘু খিলঞ্জীয়া জনগোষ্ঠীক টাৰ্গেট কৰা হৈছে ৷ এই খচৰাখনৰ জৰিয়তে সংখ্যালঘু লোকসকলক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে বৰ্তমান চৰকাৰখনে ৷ শুকুৰবাৰে গোলাঘাটত এক
Category: Assamese News
মহানগৰীৰ শিলসাঁকো বিলত আজি এটি দুষ্প্ৰাপ্য কাছ উদ্ধাৰ কৰিছে স্থানীয় ৰাইজে। জানিব পৰা মতে, শিলসাঁকোৰ জলাশয়ৰ পৰা উদ্ধাৰ হোৱা কাছটো একাংশ লোকে খোৱাৰ উদ্দেশ্যে নিয়াৰ সময়তে প্ৰকৃতিপ্ৰেমী প্ৰতাপ মজুমদাৰক খবৰ
অহা জুলাই মাহত টেষ্ট,এদিনীয়া আৰু টি-২০ আন্তৰ্জাতিক মেচ খেলাৰ উদ্দেশ্যে ৱেষ্ট ইণ্ডিজ ভ্ৰমণলৈ যাব ভাৰতীয় ক্ৰিকেট দলটো। ৱেষ্ট ইণ্ডিজ-ভাৰতৰ মাজত অনুষ্ঠিত হ’ব ২ টেষ্ট,৩খন এদিনীয়া আৰু ৫খন টি-২০ আন্তৰ্জাতিক মেচ।
সমষ্টিৰ সীমা পুনঃ নিৰ্দ্ধাৰণ সন্দৰ্ভত প্ৰতিবাদ গোলাঘাট জিলাৰ দুই আত্মসহায়ক গোটৰ মহিলাৰ। গোলাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত কমাৰবন্ধা আৰু আঠগাঁও পঞ্চায়তক সমষ্টিৰ সীমা পুনঃ নিৰ্দ্ধাৰণৰ খচৰাত গোলাঘাটৰ পৰা নিলগাই আনি দেৰগাও
যোগাযোগৰ ক্ষেত্ৰত সদায়েই এক গুৰুত্বপুৰ্ণ ভূমিকা পালন কৰি অহা ৰাজ্যৰ লোক নিৰ্মাণ বিভাগৰ একাংশ দুৰ্ণীতি পৰায়ণ ঠিকাদাৰে বিশ্বাসযোগ্য নিৰ্মাণৰ পৰিৱৰ্তে য’তে ত’তে মৰণ ফাণ্ড সদৃৰ্শ নিৰ্মাণহে চলাই আহিছে ৷বিশেষকৈ একাংশ