Category: Assamese News

ভাল মানুহ হৈ সমাজৰ হকে কাম কৰাৰ বহু সপোন কঢ়িয়াই ফুৰা ছাত্ৰ শান্তো আক্ৰান্ত এক দুৰাৰোগ্য ৰোগত,মুখ্যমন্ত্ৰীৰ মহানুভৱতা

ভাল মানুহ হৈ সমাজৰ হকে কাম কৰাৰ বহু সপোন কঢ়িয়াই ফুৰা ছাত্ৰ শান্তো আক্ৰান্ত এক দুৰাৰোগ্য ৰোগত,মুখ্যমন্ত্ৰীৰ মহানুভৱতা

নিউজ ব্যুৰ’,নগাঁও,২২জুলাই :–এগৰাকী মৰম লগা ছাত্ৰ। এইগৰাকী মেধাৱী ছাত্ৰ‌ই অসম আৰক্ষীত জনহিতাৰ্থে সেৱা কৰাৰ সপোন মনত পুহি ৰাখিছে। ছাত্ৰজনৰ ঘৰ নগাঁও জিলাৰ নগাঁও-বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত উৰিয়াগাঁৱৰ চুতিয়াগাঁৱত। ভাল মানুহ হৈ সমাজৰ হকে কাম কৰাৰ বহু সপোন কঢ়িয়াই ফুৰা ছাত্ৰজন বৰ্তমান আক্ৰান্ত এক অতি জটিল তথা অতিকৈ দুৰাৰোগ্য ৰোগত। ফলত ছাত্ৰজনৰ

কলিয়াবৰত দুৰ্ঘটনাত পতিত ডাঃ উপেন্দ্ৰ কাকতিৰ অৱস্থা সংকটজনক, চৰকাৰক দায়িত্ব গ্ৰহণৰ দাবী ৰাইজৰ

কলিয়াবৰত দুৰ্ঘটনাত পতিত ডাঃ উপেন্দ্ৰ কাকতিৰ অৱস্থা সংকটজনক, চৰকাৰক দায়িত্ব গ্ৰহণৰ দাবী ৰাইজৰ

নিউজ ব্যুৰ’,নগাঁও,২২জুলাই :–নগাঁও জিলাৰ কলিয়াবৰৰ বানপীড়িত অঞ্চলত চিকিৎসা সেৱা আগবঢ়াই উভটি অহাৰ সময়তে ৩জুলাইৰ সন্ধিয়া কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ এখন এম্বুলেন্স দুৰ্ভাগ্যজনকভাৱে দূৰ্ঘটনাত পতিত হৈছিল । দুৰ্ঘটনাটোত ডাঃ উপেন্দ্ৰ কাকতি নামৰ এজন চিকিৎসকৰ লগতে দুজন চিকিৎসা কৰ্মী আৰু চালকজন গুৰুতৰ ভাৱে আহত হৈ চিকিৎসাধীন হ’ব লগা হৈছিল। ইয়াৰ ভিতৰত কলিয়াবৰ

যুৱ-ছাত্ৰ পৰিষদৰ উৰিয়াগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত আয়োজিত বিনামূলীয়া পাঠদানৰ সামৰণি

যুৱ-ছাত্ৰ পৰিষদৰ উৰিয়াগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত আয়োজিত বিনামূলীয়া পাঠদানৰ সামৰণি

নিউজ ব্যুৰ’,নগাঁও,২১জুলাই :–অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ উৰিয়াগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত ১ জুলাইৰ পৰা আৰম্ভ হোৱা গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰৰ ৰবিবাৰে সামৰণি পৰে। অসমৰ পুৰণি স্ত্ৰী শিক্ষাৰ অনুষ্ঠান ছহিদ ভোগেশ্বৰী ফুকননী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ২০ দিনীয়াকৈ অনুষ্ঠিত শিবিৰৰ লগত সংগতি ৰাখি দুপৰীয়া সামৰণি অনুষ্ঠান আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হয়

APSC কেলেংকাৰীৰ চূডা়ন্ত ৰায়দান, ৰাকেশ পালসহ ৩২জন অভিযুক্তক দোষী সাব্যস্ত আদালতৰ

APSC কেলেংকাৰীৰ চূডা়ন্ত ৰায়দান, ৰাকেশ পালসহ ৩২জন অভিযুক্তক দোষী সাব্যস্ত আদালতৰ

APSC কেলেংকাৰীৰ চূডা়ন্ত ৰায়। ৰাকেশ পালসহ ৩২জন অভিযুক্তক দোষী সাব্যস্ত। কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰীৰ দোষী সাব্যস্ত ৰাকেশ পাল। ১১জন অভিযুক্তক দোষমুক্ত কৰে ঘোষণা আদালতে। ৰাকেশ পাল, ছামেদুৰ ৰহমান, বসন্ত দলেক দোষী সাব্যস্ত আদালতৰ। PC আইনৰ ৭ নং ধাৰাৰ অধীনত ৭ বছৰৰ কাৰাদণ্ড বিহি আদালতে। ভঙাগড় থানাৰ 159/17 গোচৰত দোষী

নলবাৰীত আৰক্ষীৰ গুলীচালনা: আহত মুকালমুৱাৰ ডকাইটি কাণ্ডৰ লগত জড়িত এজন

নলবাৰীত আৰক্ষীৰ গুলীচালনা: আহত মুকালমুৱাৰ ডকাইটি কাণ্ডৰ লগত জড়িত এজন

নলবাৰীৰ মুকালমুৱাত শনিবাৰে নিশা সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। নলবাৰীৰ মুকালমুৱাৰ ডকাইতি কাণ্ডৰে জড়িত এজন ডকাইতলৈ আৰক্ষীৰ গুলীচালনা। মুকালমুৱাৰ ডকাইটি কাণ্ডৰ লগত জড়িত মুকালমুৱাৰ বুল্লুটপাৰৰ হামিদ আলীয়ে নিশা আৰক্ষীৰ হাতৰ পৰা পলায়নৰ চেষ্টা কৰোতেই আৰক্ষীয়ে এনকাউন্টাৰ কৰে। জানিব পৰা মতে ধৃত ডকাইত হামিদ আলীক লগত লৈ আৰক্ষীয়ে নলবাৰীৰ মুকালমুৱাৰ চকীৰঘাটত অভিযান